প্ৰত্যেকদিনেই খাওক চমৎকাৰী গাজী মগু

Green Gram Sprouts mung

★গাজীমগু খালে উচ্চ ৰক্তচাপ কমাই স্বাভাৱিক অৱস্থালৈ আনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।

★মেদবহুলতা ব্যক্তিয়ে গাজীমগু খালে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস পায়। গাজীমগুত যথেষ্ঠ পৰিমাণে আহ থকা বাবে খোৱাৰ পাছত ভোক কমকৈ লাগে আৰু দ্বিতীয়বাৰ অলপ আহাৰ খালেই ভোক গুছে।

★গাজীমগু খালে চুলিৰ গুৰি শক্তিশালী হোৱা বাবে চুলি সৰাত বাধা দিয়াৰ উপৰিও চুলি ঘণ আৰু কলা হোৱাত সহায় কৰে।

★গাজীমগু খালে চাল নিমজ আৰু উজ্জ্বল হয়, চৰ্মৰোগ হোৱাটো ৰোধ কৰে।

★ভিটামিন-ই অভাৱৰ কাৰণে বয়সীয়াল সকলৰ স্নায়বিক আৰু মাংস পেশীৰ বিষ হয়। গাজী মগু খালে এনেধৰণৰ বিষৰ পৰা হাত সাৰিব পাৰি।

★গাজী মগু খালে চাল নিমজ আৰু উজ্জ্বল হয় আৰু চৰ্মৰোগ হোৱাটো ৰোধ কৰে।

Exit mobile version