দিনটোৰ ৰাশিফল

Image 2 1648736769902 1648998755410

মেষঃ কৰ্মতৎপৰতা বৃদ্ধি, পূব দিশত ভ্ৰমণ নকৰিব । ব্যয় বৃদ্ধি, বিদ্যাত শুভ, শুভ ৰং পাতল সেউজীয়া । শুভ সংখ্যা ৪ ।

বৃষঃ শনি মন্দিৰ দৰ্শন কৰক, পৰিশ্ৰমৰ মৰ্যাদা পাব । পৰিৱেশ লগত মনৰ স্থিতি বজাই ৰাখক । শুভ ৰং মাখন । শুভ সংখ্যা ৬ ।

মিথুনঃ ভ্ৰমণত শুভ, ব্যয় বৃদ্ধি, বন্ধুৰ পৰা আঁতৰত থাকক । সৎ বা জ্ঞানী লোকৰ সান্নিধ্যত উপকৃত হ’ব । শুভ ৰং সোণালী । শুভ সংখ্যা ৩ ।

কৰ্কটঃ কৰ্মত সুস্থিৰতা বৃদ্ধি পাব । বিদেশ ভ্ৰমণৰ যুগ । মাতৃৰ শুভ, বিদ্যাত উন্নতি, শুভ ৰং হালধীয়া । শুভ সংখ্যা ৯ ।

সিংহঃ যান-বাহনৰ পৰা সাৱধান, ব্যৱসায়ত উন্নতি পুৰণি বেমাৰে আমনি দিব পাৰে, ধন আগমনৰ যুগ, শুভ ৰং পাতল নীলা । শুভ সংখ্যা ৩ ।

কন্যাঃ মনৰ দৃঢ়তা বৃদ্ধি, সূৰ্যক পূজা কৰক । নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক । প্ৰেমত কষ্ট, শুভ ৰং মেৰুন । শুভ সংখ্যা ১ ।

তুলাঃ মাংগলিক তৎপৰতা বৃদ্ধি, ৰক্তচাপ বৃদ্ধি, দুপৰীয়াৰ পাছত ভ্ৰমণ কৰিব । নতুন সংবাদে আনন্দিত দিব । শুভ ৰং গোলপীয়া । শুভ সংখ্যা ৪ ।

বৃশ্চিকঃ কৰ্মস্থানত সন্মান বৃদ্ধি, ভ্ৰমণত কষ্ট । শৰীৰৰ প্ৰতি সচেতন হ‌ওক । পিতৃ-মাতৃৰ দায়িত্ব পালন কৰক । শুভ ৰং ডাঠ নীলা । শুভ সংখ্যা ১ ।

ধনুঃ খাদ্য খাওতে সাৱধান হ‌ওক । পানীৰ পৰা সাৱধান হ‌ওক, অৰ্থ লাভ, কৰ্মত মধ্যম, শুভ ৰং মেৰুন । শুভ সংখ্যা ৩ ।

মকৰঃ কৰ্মত মধ্যম, যান-বাহন ক্ৰয়ৰ যুগ । প্ৰেমত মধ্যম, তুলসীৰ তলত পানী দিয়ক, শুভ ৰং কমলা । শুভ সংখ্যা ৩ ।

কুম্ভঃ কৰ্ম দক্ষতা বৃদ্ধি, প্ৰতিযোগিতামূলক কামত উন্নতি, বিষ্ণুৰ পূজা কৰিব ভ্ৰমণত শুভ । শুভ ৰং মেৰুন । শুভ সংখ্যা ৪ ।

মীনঃ বন্ধুৰ পৰা উৎসাহ পাব, শত্ৰু নাশ, শৰীৰৰ প্ৰতি গুৰুত্ব দিয়ক । বিদ্যাত মধ্যম । শুভ ৰং সোণালী । শুভ সংখ্যা ৮ ।

Exit mobile version