দিনটোৰ ৰাশিফল

Image 2 1648736769902 1648998755410

মেষ : এই ৰাশিৰ জাতক-জাতিকাই অযথা খৰচ পাতিৰ ওপৰত নিয়ন্ত্রণ ৰাখক। ব্যৱসায়-বাণিজ্যত গভীৰ মনােনিবেশ নকৰিলে ক্ষতিৰ সম্ভাৱনা।

বৃষ :দৈনিক কাম-কাজতত ব্যস্ততা বৃদ্ধি পালেও বিশেষ ভাল ফল পাব বুলি ক’ব পাৰি। বিদ্যার্থীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজি দিনটো অনামিকা আঙলীৰ এটা তামৰ আঙুঠি পিন্ধিব।

মিথুন : আর্থিক উন্নতিৰ সুযােগ আহিব, ব্যৱসায়ত উন্নতি অব্যাহত থাকিব। চাকৰিয়ালৰ বিভিন্ন ফালৰ পৰা সুযােগ আহিব।

কর্কট :আর্থিক ক্ষেত্রত ভাল ফল নাপাব। ব্যৱসায়ত কিছু কিছু সমস্যাই মনলৈ অশান্তি আনিব পাৰে, টকা-পইচা আহিলেও সঞ্চয় নহ’ব।

সিংহ : দিনাটোত মাজে-সময়ে আপুনি মানসিক ভাবে উত্তেজিত হৈ থাকিব। দীঘলীয়া সময় ধৰি চলি অহা সমস্যাবােৰৰ সমাধান হ’ব পাৰে।

কন্যা : বিদ্যার্থীৰ মাধ্যম। আজি গাধােৱাৰ পাছত দুটা তুলসী পাতত বগা চন্দন লগাই পাতকেইটা ঘহি ল’ব। যাত্রা শুভ। প্রেমত মাধ্যম।

তুলা : জাতক-জাতিকাসকলে শৰীৰকলৈ সাধানা থাকিব। কোনাে পুৰণি সমস্যা নতুনকৈ দেখা দিব পাৰে, বিদ্যার্থীসকলােৰ পঢ়া-শুনাৰ প্রতি অমনােযােগ দেখা দিব।

বৃশ্চিক : ব্যৱসায়ী সকলােৰ বাবে দিনটো শুভ নহয়। কর্মক্ষেত্ৰত সমস্যা থাকিলেও বাধাৰ মাজেৰে অগ্রগতি লাভ কৰিব। দাম্পত্যত শান্তি থাকিলেও স্বামী-স্ত্রীৰ স্বাস্থ্যকলৈ চিন্তা থাকিব।

ধনু : যান-বাহনৰ পৰা সাৱধান থাকিব। কর্মক্ষেত্ৰত বাধা। সন্তানৰ প্রতি নজৰ ৰাখিব। বিদ্যার্থীসকলে চিন্তা থাকিব।

মকৰ : শাৰীৰিক সমস্যাত ভুগিব পাৰে। আর্থিক উপার্জনত সমস্যা থাকিলেও শেষ। ফালে। উন্নতি অব্যাহত থাকিব। বিজ্ঞান বিভাগীয় উচ্চ বিদ্যাথীৰ বাবে কষ্ট কৰিব লাগিব।

কুম্ভ :বিদ্যার্থীৰ সাফল্যৰ হােৱা থাকিলেও বন্ধু-বান্ধৱীৰ পৰা সর্তক থাকিব ব্যৱসায়ত ভাল। চাকৰিৰ ক্ষেত্ৰত বাধা।

মীন : শৰীৰ বৰ ভাল দেখা নাযায়। দিনটোত কামত ব্যস্ততা দেখা দিব। প্রেমত ভাল। যান-বাহনৰ পৰা সাৱধান।

Exit mobile version