দিনটোৰ ৰাশিফল

Image 2 1648736769902 1648998755410

মেষঃ এই ৰাশিৰ জাতক-জাতিকাই দিনটোৰ আৰম্ভণিতে ৰঙা ৰঙৰ কাপোৰ পিন্ধিব । প্ৰেমত শুভ । বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ । শুভ সংখ্যা ২ ।

বৃষঃ এই ৰাশিৰ জাতক-জাতিকাই দিনটোৰ আৰম্ভণিতে হালধীয়া ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব ।

মিথুনঃ এই ৰাশিৰ জাতক-জাতিকাসকলৰ ব্যৱসায়ত নতুন পৰিচয় লাভ হ’ব । কৰ্মক্ষেত্ৰত অৰ্থ ব্যয় হ’ব । প্ৰেমত শুভ ।

কৰ্কটঃ ব্যৱসায়ীসকলৰ শুভ । বিদ্যাৰ্থীসকলৰ পঢ়াত মন দিয়া ভাল । ঘৰত আলহী আগমন হ’ব পাৰে । দিনটো শুভ ।

সিংহঃ আজিৰ দিনটোত ধৈৰ্য সহকাৰে কাম কৰিলে মাহটোত ভাল ফল পাব । আজি আপোনাৰ দুৰ্বলতাৰ সুযোগ লৈ কোনোবাই কাৰোবাক ক্ষতি কৰিব ।

কন্যাঃ কৰ্মৰ ক্ষেত্ৰত অৰ্থ লাভ হ’ব । ব্যৱসায়ীসকলৰ লোকচান হ’ব । বিপদ আহিব পাৰে । বিদ্যাৰ্থীৰ অশুভ ।

তুলাঃ মানসিক অশান্তি বৃদ্ধি পাব । ব্যৱসায়ত শুভ । প্ৰেমত মতভেদ । উত্তৰ দিশে ভ্ৰমণ নকৰিব ।

বৃশ্চিকঃ পৰিয়ালৰ শুভ । পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত চিন্তা । কাজ-কৰ্মত উৎসাহ । দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ।

ধনুঃ প্ৰেম প্ৰণয়নত শান্তি । পুৰণা বন্ধুক লগ পাব । বিদ্যাৰ্থীসকলে কোনো বিশ্ববিদ্যালয়ত নতুন সুযোগ পাব ।

মকৰঃ প্ৰেমত শুভ । বিবাহ প্ৰাৰ্থীৰ বিৰাজ যোগ । বিদ্যাৰ্থীসকলে কষ্ট কৰিব লাগিব । দিনটো কষ্টৰে পাৰ হ’ব ।

কুম্ভঃ চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ । খৰচ বৃদ্ধি । ভ্ৰমণ কষ্টদায়ক । সুখ-শান্তিৰে দিনটো পাৰ হ’ব ।

মীনঃ প্ৰেমত শুভ । শিক্ষাৰ ক্ষেত্ৰত অসুবিধা । দূৰ ভ্ৰমণৰ যোগ । বন্ধুৰ পৰা সহায় লাভ ।

Exit mobile version