দিনটোৰ ৰাশিফল

16487121247936

মেষ : এই ৰাশিৰ জাতক-জাতিকাই ফুৰা-চকা ক্ষেত্ৰত সাৱধান থাকিব। নিৰামিষ আহাৰ গ্ৰহণ কৰিব। বিদ্যার্থীসকলৰ বাবে ভাল, প্রেমত শুভ। শুভ ৰং ৰঙা, সংখ্যা ৮।

বৃষ :আজি যাত্রা নকৰাই ভাল। সেউজীয়া ৰঙৰ কাপােৰ পিন্ধিব। শিৱৰ আৰাধনা কৰিব আজি। প্ৰেমত শুভ। সংখ্যা ২।

মিথুন : ঘৰৰ বাহিৰত শনিৰ আশন বনাই তিল-তেলৰ প্রদীপ জ্বলাই শনিৰ আৰাধনা কৰিব। ব্যৱসায়ত ভাল, বিদ্যার্থীৰ বৰ ভাল দেখা নাযায়। শুভ ৰং নীলা। সংখ্যা-২।

কৰ্কট : আজি মনৰ ইচ্ছা পূর্ণ হােৱাৰ যােগ। প্ৰেমত শুভ। বিদ্যার্থীসকলে যত্ন ৰা উচিত। ব্যৱসায়ী আৰু অভিনেতা কাৰণে শুভ। শুভ ৰং নীলা, সংখ্যা ৮।

সিংহ : বিদ্যার্থীৰ কাৰণে শুভ। সামাজিক কামত ব্যস্ততা দেখা যায়। চাকৰি ক্ষেত্ৰত অশান্তি। ব্যৱসায়ত নতুন কাম আনন্দ কৰিব পাৰিব। শুভ ৰং হালধীয়া। সংখ্যা ৭।

কন্যা : খৰচৰ বৃদ্ধি। ব্যৱসায়ৰ ক্ষেত্ৰত কিছু জটিলতা থাকিব। বিদ্যার্থী কাৰণে শুভ। দিনটো মনােকষ্ট ভুগিব লাগিব। শুভ ৰং বগা, সংখ্যা।

তুলা: বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। শুভ কর্ম কৰিলে শুভ ফল পাব। প্রেম-প্রণয়ত উন্নত। ভ্ৰমণত শুভ। শুভ ৰং সােণালী, সংখ্যা ৬।

বৃশ্চিকৰ : সন্তান আৰু পিতৃৰ স্বাস্থ্যৰ লৈ চিন্তা থাকিব। চাকৰি ক্ষেত্ৰত আগবাঢ়িব পাৰে। দিনটো শুভ। শুভ ৰং আকাশী নীলা, সংখ্যা ৮।

ধনু:অনাদায়ী কিছু অর্থ আদায় হােৱাৰ যােগ দেখা যায়। বিভিন্ন ক্ষেত্ৰত সুযােগ আহিব। বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব। শুভ ৰং বগা সংখ্যা ৭।

মকৰ : নীলা কাপােৰ পৰিধান কৰি ওঁ ঐং শ্রী শ্রীং শলৈশ্বৰায় নম: এই মন্ত আঠবাৰ জপ কৰিব। ঘৰত অতিথিৰ আগমন। শুভ ৰং সেউজীয়া সংখ্যা ২।

কুম্ভ : প্ৰেমত শুভ। দূৰ ভ্ৰমণ। যান-বাহনৰ পৰা সাৱধানে থাকিব। নতুন কর্মত হাত দিব পাৰিব দিনটো শুভ। শুভ ৰং ৰঙা, সংখ্যা ৬।

মীন : নিৰামিষ ব্রত পালন কৰিব। বিদ্যার্থীৰ ভাল, প্ৰেম আৰু দাম্পত্য ভালেই দেখা যায়। পিতৃৰ অসুখৰ চিন্তা, শুভ ৰং বগা, সংখ্যা ২।

Exit mobile version