★আমাশয় ৰোগত থেকেৰা তিয়াই থোৱা পানী কম কমকৈ দুই তিনিবাৰ খালে উপসম পোৱা যায় ।
★চৰ্দি হ’লে থেকেৰা উপকাৰি ।
★থেকেৰা খালে শৰীৰৰ মেদবহুলতা দুৰ হয় ।
★থেকেৰাই গাৰ ছালৰ সৌন্দৰ্য্য বঢ়ায় ।
★থেকেৰাত থকা গুণকাৰি পৌষ্টিক তত্ত্ব সমুহৰ বাবে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
★ থেকেৰা খালে পেটৰ লগতে দেহ সুস্থ থাকে ।