দিনটোৰ ৰাশিফল

16487121247936

মেষ : ভ্ৰমণত বাধা আছে। বিদ্যাত সিমান ভাল দেখা নাযায়। ঘৰুৱা ক্ষেত্ৰত পত্নী আৰু ভনীৰ পৰা সহায় লাভ কৰিব। শুভ ৰং বগা । শুভ সংখ্যা ২।

 

বৃষ :ব্যৱসায়ত নতুন কাম আৰম্ভ কৰা কামটো প্রতি যথেষ্ট গুৰুত্ব দিয়ক চাকৰিয়ালৰ উৎসাহ উদ্দীপনা বৃদ্ধি পাব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।

 

মিথুন : স্বাস্থ্যৰ ক্ষেত্ৰত সিমান বেয়া দেখা নাযায়। দিনটোত অমাৱশ্যক খৰচৰ মাত্রা বৃদ্ধি পাব। প্রেমত শুভ। বিদ্যাত শুভ ফল পাব। শুভ ৰং নীলা। শুভ সংখ্যা ৮।

 

কর্কট: চাকৰিয়াল ব্যক্তিগত ভাবে দিনটো বেয়া নাযাব। মাক-দেউতাকৰ শৰীৰ প্রতি যত্ন লােৱা প্ৰভাৱ বিস্তাৰ কৰিব। সন্তানৰ বিবাহৰ বিষয়ে মতামত ব্যক্ত কৰিব পাৰে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।

 

সিংহ : চুটী ভ্রমণ আছে। ঘৰুৱাত মধ্যম ক’ব পাৰি। প্রেমত শুভ। বিদ্যার্থীয়ে যত্ন কৰক। স্থানীয় ব্যক্তিৰ শাৰীৰিক ভাল দেখা নাযায়। শুভ ৰং নীলা। শুভ সংখ্যা ২।

 

কন্যা : কন্যা সন্তানৰ বিবাহৰ যােগ। আর্থিকত ভাল দেখা যায়। কর্মত কিছু অসুবিধা পাব। বিদ্যাত সাফল্য লাভ কৰিব। ভ্রমণ নকৰা ভাল। শুভ সংখ্যা ৪। শুভ ৰং বগা।

 

তুলা : ব্যৱসায় ভাল চলিব আৰু নতুন যােগাযােগ উপকৃত কৰিব। দাম্পত্য পূর্ব তুলনাত ভাল দেখা যায়। বন্ধুৰ পৰা সাহায্য লাভ কৰিব। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৯।

 

বৃশ্চিক : সন্তানৰ শৰীৰ সম্পর্কে সচেতন থাকক। পাৰিবাৰিক শান্তি অব্যাহত থাকিব। ব্যৱসায়ত ধন বিনিয়ােগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব পাৰে শুভ ৰং পাতল গােলপীয়া। শুভ সংখ্যা ১।

 

ধনু : সামাজিক ব্যস্ততাত বৃদ্ধি হ’ব। বিদ্যার্থীসকলৰ সিমান ভাল দেখা নাযায় প্রেমত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।

 

মকৰ : গৱেষণা কর্মত অগ্রগতি। দিনটোত বন্ধুবৰ্গৰ পৰা অকৃতিম সময় লাভ মাংগলীৰক কৰ্মত খৰচ হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ৭।

 

কুম্ভ : সন্তানৰ শৰীৰ সম্পর্কে সচেতন থাকক। পাৰিবাৰিক শান্তি অব্যাহত থাকিব। ব্যৱসায়ত ধন বিনিয়ােগ কৰাব। বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৪।

 

মীন :পাৰিবাৰীক শান্তি অব্যহত থাকিব। ব্যৱসায়ত ধন বিনিয়ােগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব পাৰে। সন্তানৰ সাফল্যৰ মানসিক আনন্দ বৃদ্ধি কৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

Exit mobile version