শান্তি আলোচনালৈ মন মেলিছে আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই

IMG 20220415 WA0005

◆”শান্তি আলোচনাৰ বাবে পৰেশ বৰুৱা লাইনত আছে”

◆ওদালগুৰিত এই ঘোষণা সাংসদ তথা প্ৰাক্তন আলফা নেতা নৱ কুমাৰ শৰণীয়াৰ

◆অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনতেই এই ঘোষণা সাংসদগৰাকীৰ

◆ওদালগুৰিৰ এক বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰি এই ঘোষণা শৰণীয়াৰ

◆আলফালৈ যুৱক-যুৱতীৰ সোঁত বোৱা সন্দৰ্ভতো ঘোষণা সাংসদগৰাকীৰ

◆আলফালৈ গৈ শান্তি আলোচনাত ঘূৰি আহিলে সংস্থাপন পাব

◆এনে আশাতে হয়তো আলফালৈ সোঁত বৈছে যুৱক-যুৱতীৰ

◆আলফা-চৰকাৰৰ শীঘ্ৰে শান্তি আলোচনাৰ পোষকতা সাংসদগৰাকীৰ।

Exit mobile version