দিনটোৰ ৰাশিফল

horoscope 2 1200 1 1 2

মেষঃ শুভ কাম সম্পন্ন হ’ব, পিছবেলা ভ্ৰমণ কৰিব, ৰঙা বস্তু দান কৰক, ব্যয় বৃদ্ধি, শৰীৰ মধ্যম । শুভ ৰং বগা । শুভ সংখ্যা ৯ ।

বৃষঃ কৰ্মচিন্তা উন্নত, মূল্যবান সম্পদ লাভ, বিদ্যাত শুভ, ভ্ৰমণৰ যুগ, শুভ ৰং সোণালী । শুভ সংখ্যা ৩ ।

মিথুনঃ বিদ্যাত শুভ । বন্ধুৰ পৰা উৎসাহ পাব, অৰ্থ নাশ । সামাজিক কামত ব্যস্ততা বৃদ্ধি, শুভ ৰং সোণালী । শুভ সংখ্যা ৮ ।

কৰ্কটঃ পৰিশ্ৰমৰ উপযুক্ত মৰ্যাদা পাব । বন্ধুবৰ্গৰ পৰা সাৱধান হ‌ওক । শৰীৰ কিছু যত্ন ল‌ওক, নতুন কৰ্মসংস্থাপন, শুভ ৰং নীলা । শুভ সংখ্যা ৫ ।

সিংহঃ ভ্ৰমণত বাধা, আশাবাদী মন, কৰ্মত উন্নতি, ভ্ৰমণত সতৰ্ক হ‌ওক, শুভ ৰং পাতল নীলা । শুভ সংখ্যা ৭ ।

কন্যাঃ কৰ্মত উন্নত, বিদ্যা বুদ্ধিত শুভ, পূৱ দিশৰ পৰা ভ্ৰমণ কৰক । খৰচ বৃদ্ধি, শুভ সংবাদ আনন্দিত কৰিব । শুভ সংখ্যা ৪ । শুভ ৰং বগা ।

তুলাঃ কৰ্মযোগ্যতা বৃদ্ধি, বুদ্ধিত উন্নতি, সন্মান বৃদ্ধি, গোপন শত্ৰু বৃদ্ধি, খৰচ বৃদ্ধি, শুভ ৰং মেৰুণ । শুভ সংখ্যা ৯ ।

বৃশ্চিকঃ মানসিক শান্তি বজায় ৰাখক, সন্মান বৃদ্ধি, ভ্ৰমণত মধ্যম, নতুন কৰ্মসংস্থাপনৰ, শিৱ মন্ত্ৰ স্মৰণ কৰক । শুভ ৰং পাতল গোলাপীয়া । শুভ সংখ্যা ১ ।

ধনুঃ পাৰিবাৰিক শান্তি, অৰ্থ লাভ, ভ্ৰমণত মধ্যম, দুষ্ট লোকৰ পৰা সাৱধানে চলক, তুলসীৰ গুড়িত পানী দিয়ক । শুভ ৰং নীলা । শুভ সংখ্যা ৪ ।

মকৰঃ সামাজিক দিশত নিষ্ঠা আৰু সততা বৃদ্ধি, ধৈৰ্যৰ প্ৰয়োজন, শিল্পী সাহিত্যিকৰ সন্মান বৃদ্ধি, কৰ্মত মধ্যম, শুভ ৰং ৰঙা । শুভ সংখ্যা ৫ ।

কুম্ভঃ কৰ্মত উন্নতি, সন্তানক লৈ চিন্তা বৃদ্ধি, আয়বৃদ্ধি, পৰিৱেশ অনুকূল, ভ্ৰমণত শুভ, শুভ ৰং আকাশী নীলা । শুভ সংখ্যা ৪ ।

মীনঃ আয়-ব্যয় সমতা ৰক্ষা কৰক, সন্মান বৃদ্ধি, যানবাহন ক্ৰয় কৰিব পাৰিব । কৰ্মোন্নতিৰ যুগ । শুভ ৰং সোণালী । শুভ সংখ্যা ৫ ।

Exit mobile version