দিনটোৰ ৰাশিফল

efc207338609992b93ca0d0fb55d2993 original

মেষঃ পৰিৱেশ অস্থিৰ হ’ব পাৰে । নতুন সংযোগ পাব পাৰে । খৰচ বৃদ্ধি, বস্তু লাভৰ যোগ, ভ্ৰমণ শুভ, শুভ ৰং আকাশী নীলা । শুভ সংখ্যা ২ ।

বৃষঃ খৰচ বৃদ্ধি, শুভ কৰ্মৰ যোগ, শৰীৰ মধ্যম, কৰ্মক্ষেত্ৰত কিছু জটিলতাৰ সন্মুখীন হ’ব পাৰে । শুভ ৰং বেঙুনীয়া । শুভ সংখ্যা ৫ ।

মিথুনঃ মাতৃৰ শুভ, শৰীৰ মধ্যম, সন্মান বৃদ্ধি, কৰ্মক্ষেত্ৰত শুভ, আয় বৃদ্ধি, শুভ ৰং মেৰুণ । শুভ সংখ্যা ৮ ।

কৰ্কটঃ মনৰ দৃঢ়তা বৃদ্ধি, কৰ্ম ব্যস্ততা বৃদ্ধি, শত্ৰুৰ পৰা সাৱধান, শিৱ মন্দিৰত পূজা কৰক । দুখীয়াক বস্ত্ৰ দান কৰক । শুভ ৰং মুগা । শুভ সংখ্যা ৪ ।

সিংহঃ কৰ্মত মধ্যম, নিজা সম্পদৰ ওপৰত নজৰ ৰাখক । বন্ধুৰ পৰা সতৰ্ক হ‌ওক, বন্ধুৰ পৰা কষ্ট, পাৰিবাৰিক বুজাবুজিৰ অভাৱ । শুভ ৰং ৰঙা । শুভ সংখ্যা ৬ ।

কন্যাঃ নিজৰ স্থিতি অটুট ৰাখিব, কৰ্মত মধ্যম, শৰীৰ যত্ন ল‌ওক । বন্ধুৰ পৰা উৎসাহ পাব, ভ্ৰমণত কষ্ট । শুভ ৰং পাতল নীলা । শুভ সংখ্যা ৩ ।

তুলাঃ কৰ্মত শুভ, ধৈৰ্যৰ সুফল, বিদ্যাত শুভ, ভ্ৰমণত শুভ, বিদ্যাৰ প্ৰতি যত্ন ল‌ওক । শুভ ৰং বগা । শুভ সংখ্যা ১ ।

বৃশ্চিকঃ পদোন্নতিৰ যুগ, ধনৰ লালসা বৃদ্ধি, পিছবেলা যানবাহনৰ পৰা সাৱধান হ‌ওক । অৰ্থ নাশ হ’ব পাৰে । শুভ ৰং হালধীয়া । শুভ সংখ্যা ৯ ।

ধনুঃ কৃতিত্ব লাভৰ যুগ, শিল্পী, বিজ্ঞানী, ৰাজনৈতিকবিদ সন্মান বৃদ্ধি, বিদ্যা বুদ্ধিৰ শুভ, শুভ ৰং মাখন । শুভ সংখ্যা ৪ ।

মকৰঃ আশা কৰা মতে সুফল পাব, আনে অতিষ্ঠ কৰিব পাৰে, ভ্ৰমণত শুভ, ধৰ্মগুৰু দৰ্শনে আনন্দিত কৰিব, ধনৰ চিন্তা বৃদ্ধি, শুভ ৰং বগা । শুভ সংখ্যা ৫ ।

কুম্ভঃ ধন আগমনৰ যুগ, শত্ৰু নাশ, জ্ঞানী লোকৰ পৰা উৎসাহ পাব, কৰ্মস্থান মধ্যম, বিদ্যাত শুভ । শুভ ৰং সেউজীয়া । শুভ সংখ্যা ৮ ।

মীনঃ অৰ্থ লাভ, ভ্ৰমণত শুভ, সময় অপচয় নকৰিব, মানসিক স্থিতি দুৰ্বল, সম্পদ লাভ, শুভ ৰং মুগা । শুভ সংখ্যা ২ ।

Exit mobile version