মহানগৰীত জব্দ ৫০ পেকেট নিষিদ্ধ ড্ৰাগছ, গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

মহানগৰীত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ বেহা ।

জব্দ ৫০ পেকেট নিষিদ্ধ ড্ৰাগছ বজাৰ মূল্য ছয় কোটী টকা ।

নিষিদ্ধ ড্ৰাগছ লগতে জব্দ AS01AL9064 এল্ট বাহন ।

দুই সৰবৰাহকাৰী তামুলপুৰৰ খাইৰুজ জামান আৰু বিজনীৰ‌ ছফিকুল হুচেইনক গ্ৰেপ্তাৰ কৰে ।

নিশা যুটীয়া আৰক্ষী আয়ুক্ত আৰু গড়চুক আৰক্ষী থানাই বৰাগাঁৱত অভিযান চলাই জব্দ কৰে ৩৪ পেকেট নিষিদ্ধ ড্ৰাগছ ।

নিশা বিজনিত অভিযান চলাই ১৬ পেকেট ড্ৰাগছ জব্দ কৰে ।

Exit mobile version