দিনটোৰ ৰাশিফল

efc207338609992b93ca0d0fb55d2993 original

মেষঃ যিকোনো কামকে ভাবি-চিন্তি কৰক । বাঞ্চিত ফল লাভৰ বাধ্য পাব । ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনৰ লগত আলোচনা কৰক । বিদ্যাত সিমান নিৰাশা নহ’ব । শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২ ।

বৃষঃ অন্তৰংগ বন্ধু-বান্ধৱৰ লগত আনন্দ । অধি কৰ্মবোজা পৰালেও কিছু নিয়ন্ত্ৰণ কৰক । প্ৰেম-প্ৰীতিত খুব বেয়া নহ’ব । অৰ্মলাভত উপকৃত হ’ব । ব্যৱসায়ত শুভ । শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭ ।

মিথুনঃ আৰ্থিকত বেয়া দেখা নাযায় । সাধাৰণ খৰচ-পাতি অৱশ্যে বৃদ্ধি হোৱাৰ সম্ভাৱনা বিদ্যাত সাধাৰণ উন্নতি । যোগ্যতাৰ পুৰস্কাৰ পাব । প্ৰেম-প্ৰীতিত শুভ । শুভ ৰং ৰঙা, শুভ সংখ্যা ৬ ।

কৰ্কটঃ কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হ‌ওক । খৰচ বৃদ্ধি পাব । সাধাৰণ শৰীৰৰ দুশ্চিন্তা দাম্পত্যত মোটামুটি সুখৰ কাৰক । উদ্বিগ্নতাৰ সমাধানৰ উৎস । শুভ ৰং হালধীয়া, শুভ সংখ্যা ১ ।

সিংহঃ নতুন আশাৰে আনৰ লগত কথা পাতি পাব । দিনটোত ব্যৱসায়ীসকল লেন-দেন কৰোতে সাৱধান হ’ব । আৰ্থিক দিশত ধন হানি হোৱাৰ যোগ । শুভ ৰং বগা, শুভ সংখ্যা ৯ ।

কন্যাঃ মজলীয়াভাৱে দিনটো পাৰ হ’ব । হঠাৎ কাৰোবাৰ লগত মতান্তৰৰ সৃষ্টি হ’ব পাৰে । বিদ্যাত মধ্যম । ভ্ৰমণাদিত আৰ্থিক হানিৰ যোগ । আলহীৰ আগমন । শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪ ।

তুলাঃ পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত উন্নত ফল পাব । ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া । যাত্ৰাদিত বাধাপ্ৰাপ্ত হ’ব । শুভ ৰং নীলা, শুভ সংখ্যা ৭ ।

বৃশ্চিকঃ ওলোটাভাৱে আপোনাক আমনি দিব অথবা কৰ্মত ব্যাঘাত আনিব । আনৰ কথাত বেছি প্ৰাধান্য নিদিব । বিদ্যাত শুভ । দাম্পত্যত বিৰোধ । শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১ ।

ধনুঃ অকাৰণ বা কাৰণতেই হ‌ওক কাৰো লগত মত বিৰোধ হোৱাৰ আশংকা । লেনদেনত সাৱধান থাকক । শৰীৰ ভালেই বুলিব পাৰি । ঘৰুৱা দিশত দুশ্চিন্তা নাই । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬ ।

মকৰঃ দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক । নতুন কোনো যোগাযোগত উৎসাহিত । শৰীৰত পুৰণি বেমাৰে আমনি কৰিব । বন্ধুবৰ্গৰ প্ৰতি সাৱধান । শুভ ৰং নীলা, শুভ সংখ্যা ২ ।

কুম্ভঃ মজলীয়া হ’লেও উন্নত । দূৰ যোগাযোগত বাধাপ্ৰাপ্ত পেটৰ অসুখৰ কাৰক । বিদ্যাত নিৰাশ নহ’ব । ব্যৱসায়ত ঋণৰ কাৰকতা । প্ৰেমত সাধাৰণ মতান্তৰ । শুভ ৰং বগা, শুভ সংখ্যা ৫ ।

মীনঃ আৰ্থিক আয় বৃদ্ধিৰ কাৰকতা । কৰ্মক্ষেত্ৰত সৰু-সুৰা বাধাৰ মাজেদি অগ্ৰসৰ হ’ব লাগিব । বিদ্যাত মধ্যম । প্ৰেমত শুভ । শুভ ৰং নীলা । শুভ সংখ্যা ২ ।

Exit mobile version