দোতমাৰ শিয়ালমাৰীত অনুষ্ঠিত স্বাস্থ্যমেলা

WhatsApp Image 2022 04 20 at 11.43.28 AM

কোকৰাঝাৰ জিলাৰ অধীন শিয়ালমাৰী হাইস্কুল প্ৰাংগনত এক স্বাস্থ্য মেলা অনুষ্ঠিত হয় ।

উক্ত স্বাস্থ্যমেলাৰ ৰঙা ফিতা কাটি উদ্বোধন কৰে কোকৰাঝাৰ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে । শিয়ালমাৰীত অনুষ্ঠিত স্বাস্থ্যমেলাৰ উদ্বোধনী অনুষ্ঠানত বিধায়ক লৰেঞ্চ ইছলাৰীৰ লগতে দোতমা সমূহীয়া চিকিৎসালয়ৰ চিকিৎসক তথা উপ অধীক্ষক ডাঃ বলোৰাম বৰ্নৰ উপৰিও অইন অইন চিকিৎসক নাৰ্ছ আৰু আশা কৰ্মী সকলো উপস্থিত থাকে ।

স্বাস্থ্যমেলাৰ জৰিয়তে এই দুৰ্গম অঞ্চলটোত স্বাস্থ্য সজাগতা আহিব বুলিও দাবী কৰে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ।

Exit mobile version