★পয়তাচোৰা পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায় হৈছে প্রত্যেক দিনে ভিতৰৰ চাৰিওফালে লগতে ঘৰৰ চৌপাশ চাফা কৈ ৰখা।
★ বেচিন চাফা কৰি ৰাখিব।
★ডাষ্টবিন চাফা কৰি ৰাখিব লাগে ।
★খাদ্যগ্ৰহণ কৰাৰ পাছত লগে লগে বাচন লগে লগে ধুই থব লাগে ।
★ খাদ্য বস্তু যতে ততে পেলাই নথব , ভালদৰে টেমাত ভৰাই থব ।
★বৰিক এচিড ৰ ব্যৱহাৰ কৰি পয়তাচোৰা নাশ কৰিব পাৰি ।
★বেকিং ছদাৰ ব্যৱহাৰ কৰিও পয়তাচোৰা আতৰ কৰিব পাৰি ।