দিনটোৰ ৰাশিফল

16487121247936

মেষ :এই ৰাশিৰ জাতক-জাতিকাই ঘুৰা-ফুৰা কৰাৰ ক্ষেত্ৰত সাৱধান থাকিব। নিৰামিষ আহাৰ গ্ৰহণ কৰিব। বিদ্যার্থীসকলৰ বাবে ভাল, প্রেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮ ।

বৃষ : আজি যাত্রা নকৰাই ভাল। সেউজীয়া ৰঙৰ কাপােৰ পিন্ধিব। শিৱৰ আৰাধনা কৰিব আজি। প্রেমত শুভ। শুভ ৰং বগা, শুভ সংখ্যা ২।

মিথুন :ঘৰৰ বাহিৰত শনিৰ আসন বনাই তিল-তেলৰ প্রদীপ জ্বলাই শনিৰ আৰাধনা কৰিব। ব্যৱসায়ত ভাল, বিদ্যার্থীৰ বৰ ভাল দেখা নাযায়। শুভ ৰং নীলা, শুভ সংখ্যা ২।

কর্কট :আজি মনৰ ইচ্ছা পূর্ণ হােৱাৰ যােগ। প্রেমত শুভ। বিদ্যার্থীসকলে। যত্ন কৰা উচিত। ব্যৱসায়ী আৰু অভিনেতাৰ কাৰণে শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৮ ।

সিংহ :বিদ্যার্থীৰ কাৰণে শুভ। সামাজিক কামত ব্যস্ততা দেখা যায়। চাকৰিৰ ক্ষেত্ৰত অশান্তি। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব পাৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭।

কন্যা: খৰচ বৃদ্ধি। ব্যৱসায়ৰ ক্ষেত্ৰত কিছু জটিলতা থাকিব। বিদ্যার্থী কাৰণে শুভ। দিনটো মনােকষ্টত ভুগিব লাগিব। শুভ ৰং বগা, শুভ সংখ্যা ৮।

তুলা: বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। শুভ কর্ম কৰিলে ভাল ফল পাব। প্রেম-প্রণয়ত উন্নত। ভ্ৰমণত শুভ। শুভ ৰং সােণালী, শুভ সংখ্যা

বৃশ্চিক:সন্তান আৰু পিতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। দিনটো শুভ। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮।

ধনু: অনাদায়ী কিছু অর্থ আদায় হােৱাৰ যােগ দেখা যায়। বিভিন্ন ক্ষেত্ৰত সুযােগ আহিব। বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব। শুভ ৰং বগা, শুভ সংখ্যা ৭।

মকৰ:নীলা কাপােৰ পৰিধান কৰি ওঁ ঐ খ্রীং শ্রীং শীনেশ্বৰায় নমঃ এই মন্ত্র আঠবাৰ জপ কৰিব. ঘৰত অতিথিৰ আগমন। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।

কুম্ভ : প্রেমত ভাল। দূৰ ভ্ৰমণ। যানবানৰ পৰা সাৱধান থাকিব। নতুন কমত হাত দিব পাৰিব। দিনটো শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।

মীন : নিৰামিষ ব্রত পালন কৰিব। বিদ্যার্থীৰ ভাল, প্রেমত আৰু দাম্পত্য ভালেই দেখা যায়। পিতৃৰ অসুষত চিন্তা। শুভ ৰং বগা, শুভ সংখ্যা ২।

Exit mobile version