অবৈধভাৱে ইউৰোপলৈ যাত্ৰা কৰা ২০০ বাংলাদেশীক আটক লিবিয়াত

Over 500 Bangladeshis detained in Libya Daily Bangladesh 2204260353

অবৈধভাৱে ইউৰোপত প্ৰৱেশ কৰাৰ অপচেষ্টা চলাই লিবিয়াত আৰক্ষীৰ হাতত ধৰা পৰিল বাংলাদেশৰ কমেও ২০০ জন নাগৰিক ।

যোৱা শনিবাৰে দেশখনৰ পূৱ উপকূলৰ জিলাৰ মিছৰাতাত এইসকল অবৈধ বাংলাদেশী নাগৰিকক লিবিয়াৰ আৰক্ষীয়ে আটক কৰে । পাছত ধৃতসকলক লিবিয়াৰ ৰাজধানী ত্ৰিপলিত থকা এটা বন্দী শিবিৰলৈ প্ৰেৰণ কৰা হয় ।

লিবিয়াৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আটক কৰা অবৈধ বাংলাদেশীক সম্প্ৰতি আৰক্ষীৰ জিম্মাত ৰখা হৈছে ।

Exit mobile version