আজি অসমত আহি উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

narendra modi 16459314693x2 1

আজি শান্তি আৰু উন্নয়নৰ বাৰ্তা লৈ অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

হাওৰাঘাটৰ লৰিংথেপিত মোদীৰ বিশাল জনসভা।

ইতিমধ্যে হেজাৰ হেজাৰ জনতা সমাগত হৈছে জনসভাত ।

আজি অসমৰ ছয়টা স্থানত কৰ্কট কেন্দ্ৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

Exit mobile version