জানেনে কফিয়ে হ্ৰাস কৰিব পাৰে এইসমূহ ৰোগ!

download 2

ব্লেক কফি

ব্যায়াম কৰাৰ আগতে ৩০ মিনিট আগতে ব্লেক কফি খাব পাৰে। ইয়াক পান কৰাৰ পাছত ব্যাম কৰিলে অধিক ঘাম ওলোৱাত যথেষ্ট শক্তি পাব। লগতে ক’লা কফিত কেফেইন থাকে, যি আপোনাৰ শাৰীৰিক শক্তি বৃদ্ধি কৰে।

কফিয়ে বিপাক বৃদ্ধি কৰে

শেহতীয়া এক অধ্যয়ন অনুসৰি, কফিত থকা কেফেইনে বিপাক বৃদ্ধি কৰে। ই চৰ্বি দহন কৰাতো সহায় কৰে।

পেটৰ সমস্যা দূৰ হয়

ব্লেক কফি পেটৰ বাবে যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়। যদি চেনী অবিহনে ক’লা কফি খায়, পেটৰ বহুতো সমস্যাৰ পৰা সকাহ পাব পাৰে। ক’লা কফি খোৱাটোৱে শৰীৰৰ বেয়া বিষাক্ত পদাৰ্থ আৰু বেক্টেৰিয়া বোৰ উলিয়াই দিয়ে। যি পেটত গেছ, কোষ্ঠকাঠিন্যৰ পৰাও সকাহ দিব পাৰে।

Exit mobile version