মেষ : পৰিৱেশ অস্থিৰতা থাকিব পাৰে। শৰীৰ প্ৰতি সচেতন হওক, নতুন যোগাযোগৰ পৰা আনন্দিত হ’ব, কার্যক্ষেত্ৰত মাধ্যম, শুভ ৰং বগা। শুভ সংখ্যা ৮।
বৃষ : খৰচ বৃদ্ধি, বিয়াৰ যোগাযোগত শুভ, কার্যক্ষেত্র মাধ্যম, শৰীৰ প্ৰতি নজৰ দিয়ক, বিদ্যাত মাধ্যম, শুভ ৰং মাখন। শুভ সংখ্যা ৫।
মিথুন : মাতৃৰ শুভ, কর্মক্ষেত্ৰত জটিলতা, বিদ্যাত শুভ, ব্যয় বৃদ্ধি, তুলসীৰ তলত পানী দিয়ক। শুভ ৰং গোলপীয়া। শুভ সংখ্যা ১।
কর্কট : মন দৃঢ়তা বৃদ্ধি, কর্মত উন্নতি। হতাশা আঁতৰিব, যানবাহন লাভ ইলেকট্ৰিকৰ পৰা সাৱধান। শুভ বং পাতল নীলা। শুভ সংখ্যা ৪।
সিংহ : দুষ্ট লোকৰ পৰা সাৱধান, গোপন শত্রু বৃদ্ধি, কার্যক্ষেত্ৰত উন্নতি, ভ্ৰমণত কষ্ট। শুভ ৰং সোণালী। শুভ সংখ্যা ৮।
কন্যা :কর্মত উন্নতি, নিজ স্থিতি অটুট ৰাখক, বন্ধুৰ পৰা উৎসাহ পাব দুখীয়াক অন্ন দান কৰক, শুভ ৰং ডাঠ নীলা। শুভ সংখ্যা ৩।
তুলা : কর্মত শুভ, আবেগত কোনো সিদ্ধান্ত নল’ব, বিদ্যাত চেষ্টা কৰক, ভ্ৰমণ দক্ষিণ দিশৰ পৰা কৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪।
বৃশ্চিক : কর্মস্থানত জটিলতা কমিব, সন্তানৰ শুভ, দূৰ ভ্ৰমণৰ যোগ দুপৰীয়া নিৰামিষ আহাৰ গ্ৰহণ কৰিব. শুভ ৰং বগা। শুভ সংখ্যা ৯।
ধনু : ব্যৱসায়ক উন্নতি, কর্মস্থানত উদাৰতা প্রকাশ, শৰীৰৰ উন্নতি, আনৰ কথাত গুৰুত্ব নিদিব। শুভ ৰং কমলা। শুভ সংখ্যা ৫।
মকৰ : কৰ্মত দক্ষতা, প্রতিভা বিকাশ, নতুন চিন্তাই আনন্দিত কৰিব। ভ্ৰমণত শুভ, বিদ্যাত আনন্দ, সন্মান হানি হ’ব পাৰে। দাম্পত!ত শুভ।শুভ ৰং ৰঙা শুভ সংখ্যা ৩।
কুম্ভ : কর্মত উন্নতি, বিদ্যাত আনন্দ, সন্মান হানি হ’ব পাৰে, দাম্পত্যত শুভ, শুভ ৰং মেৰুণ। শুভ সংখ্যা ৬।
মীন : ভ্ৰাতৃৰ উন্নতি, দুষ্ট লোকৰ পৰা সাৱধান, ব্যয় বৃদ্ধি, ভ্ৰমণত সফল। শৰীৰ উন্নতি, শুভ ৰং সোণালী। শুভ সংখ্যা ২।