দিনটোৰ ৰাশিফল

efc207338609992b93ca0d0fb55d2993 original

মেষ: সামাজিক সুনাম হানি হোৱাৰ আশংকা। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কোনো লোকে বিশ্বাসঘাটকতা কৰিব পাৰে। প্ৰেমত নতুন প্রস্তাৱ আহিব পাৰে। বিদ্যাত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ২।

বৃষ : স্বাধীন ব্যৱসাৰত সফলতা লাভ কৰিব। ঘৰুৱা। দিশত ভ্ৰাতৃৰ লগত মতবিবোধে দেখা দিব। বিবাহ হ’ব পাৰে। বিদ্যাত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ১।

মিথুন : আর্থিক ক্ষেত্ৰত বন্ধুৰ পৰা সহায় লাভ হ’ব। আত্মীয়ৰ দু:সংবাদত মন বেয়া হ’ব পাৰে। মনোবল ৰাখিব। প্ৰেমত আনন্দ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

কর্কট: ব্যৱসায়ত পৰিৱৰ্তন আহিব। আয় অনুপাতে ব্যয় বৃদ্ধি পাব। সামাজিক কামত যশ বৃদ্ধি পাব। ঘৰুৱা শুভ। প্রেমত জটিলতা। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।

সিংহ: কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে। কর্মত মন চঞ্চল হ’ব। দাম্পত্যত মধ্যম। ভ্রমণ নকৰাই ভাল। বিদ্যাত জটিলতা। শুভ ৰং বেঙুণীয়া। শুভ সংখ্যা ৯।

কন্যা : ব্যৱসায়িক দিশত জটিল কোনো সমস্যাৰ সন্মুখীন হ’ব পাৰে। আৰ্থিকতা চিন্তা। শৰীৰ ভালে যাব। বিদ্যাত মনোযোগ দিয়ক। শুভ ৰং বগা। শুভ সংখ্যা ৪।

তুলা : অংশীদাৰী ব্যৱসায়ত লাভৱান হ’ব। প্ৰেমত নতুন যোগাযোগ আনন্দ দিব। ঘৰুৱা দুশ্চিন্তা বৃদ্ধি পাব। শৰীৰৰ প্রতি যত্ন ল’ব। বিদ্যাত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

বৃশ্চিক : আর্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব। অৱসৰপ্ৰাপ্ত চাকৰিয়ালসকলে নতুন কামৰ সন্ধান পাব। ঘৰুৱাত মতবিৰোধ দেখা যায়। প্রেমত সফলতা শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭।

ধনু : ব্যৱসায় বাণিজ্যিক ক্ষেত্ৰত নতুন যোগাযোগ। মাটিবাৰীৰ পুৰণা সমস্যাৰ সমাধান হ’ব। দাম্পত্যত জটিলতা। প্ৰেমত শুভ। শুভ ৰং বগা। শুভ সংখ্যা

মকৰ : ব্যৱসায়িক দিশত আর্থিক সমস্যাত পৰিব। কর্মক্ষেত্ৰত মানসিক অশান্তি বৃদ্ধি পাব। সন্তানৰ বাবে শুভ। প্ৰেমত বুজা-বুজি। শুভ ৰং ৰঙা শুভ সংখ্যা ৬।

কুম্ভ : আর্থিক দিশত জটিলতা নাই। আয় বৃদ্ধিৰ কাৰকতা। বিদ্যাৰ ক্ষেত্ৰত যশ বৃদ্ধিৰ কাৰক। সৰু-সুৰা ৰোগত দেহ কষ্ট পাব। প্রেমত মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৭।

মীন: যান-বাহনৰ ব্যৱসায় কৰা সকলৰ অৰ্থ লাভৰ যোগ। পাৰিবাৰিক শুভ প্ৰিয়জনৰ সান্নিধ্যই উপকৃত কৰিব। বিদ্যাত থকা জটিলতা দূৰ হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।

Exit mobile version