মেষ :নিজ কামত কৃতকার্যতাৰ কাৰক। নিজৰ প্রতি নিষ্ঠা বাঢ়িব। দাম্পত্যন্ত নিৰাশ হােৱাৰ যােগ। বিদ্যাত মনােযােগ। ব্যৱসায়ত অর্থ বিনিয়ােগ কৰােতে সাৱধান। শুভ ৰং গেৰুৱা, শুভ সংখ্যা-১।
বৃষ : আর্থিক অনুকূল নহয় যদিও ভয়ৰাে কাৰণ নাই নতুন দ্রব্য ক্রয় কৰিব পাৰে। বিদ্যাত একো বাধা নাই। নতুন নিযুক্তিৰ বাবে যােগাযােগ শুভ ফল পাব। শুভ ৰং কমলা, শুভ সংখ্যা-৩।
মিথুন : আজিৰ দিনটো খুব আশাপ্রদ দেখা নাযায় কর্মক্ষেত্ৰত আশা কৰা মতে ফল পাব। প্রাপ্যদি থাকিলে চেষ্টা কৰাটো উচিত হ’ব। নতুন কামৰ চেষ্টাত দূৰ যাত্রা। শুভ ৰং মাটিয়া, শুভ সংখ্যা-৫।
কর্কট : ৰাজনীতিত থকাবােৰৰ উদ্বেগ বৃদ্ধি। আর্থিকত আয়তকৈ ব্যয় বেছি হ’ব। আকস্মিকভাৱে ধন প্রাপ্তিৰ চেষ্টাত কোনােৱে সফল হ’ব। ব্যৱসায়ীসকলৰ মন অস্থিৰ হ’ব। শুভ ৰং ৰঙা, শুভ সংখ্যা-৬।
সিংহ : শৰীৰ খুব ভাল বুলিব নােৱাৰি। তথাপি মজলীয়াভাৱে দিনটো পাৰ হ’ব। বাহিৰলৈ যােৱাৰ সম্ভাৱনা। সৰু-সুৰা আঘাতৰ বাবে সতর্ক হওক। প্রেমত উৎসাহ। শুভ ৰং কমলা, শুভ সংখ্যা-৮।
কন্যা : ঘৰুৱা পৰিৱেশ সিমান প্রতিকূল নহ’ব। শাৰীৰিক সামান্য উন্নত। পঢ়া-শুনাত থকা সকলে বিশেষ যত্ন কৰক। ব্যৱসায়ত বাধা নাই। প্ৰেমত বেয়া দেখা নাযায়। শুভ ৰং বগা, শুভ সংখ্যা-২।
তুলা :আর্থিক কষ্ট দেখা যায়। প্রাপ্য ধনাদিৰ বাবে চেষ্টা থকাটো উচিত আজি নহলেও দুদিনমানলৈ অপেক্ষা কৰক। শৰীৰ ভালে ৰাখক। ভ্রমণ আহুকাল। দাম্পত্য শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা-৪।
বৃশ্চিক : সাহসিকতাৰে কৰ্মত আগুৱাৰ চেষ্টা কৰক। কর্মক্ষেত্ৰত যােগ্যতা ৰখাৰ চেষ্টা কৰক। খেলিমেলিৰে দিনটো পাৰ হ’ব পাৰে। বিদ্যাত শুভ। উদ্বেগ আদিৰ কিছু সমাধানৰ আশা। শুভ ৰং কলা, সংখ্য-৬।
ধনু : আয় বৃদ্ধি আৰু বৈষয়িক উন্নতিৰ শুভ যােগ। কর্মজীৱনৰ আৰম্ভ আৰু পাৰিবাৰিক স্বচ্ছলতা সামাজিক কামত খ্যাতি লাভ। শাৰীৰিক শুভ। শুভ ৰং বগা, শুভ সংখ্যা-৮ ।
মকৰ : বিদ্যাত মধ্যম। দিনটোত আপােনাৰ মনৰ অৱস্থা ভাল নাথাকিবও পাৰে। পত্নীৰ মতামতক প্রাধান্য দিলে লাভৱান হ’ব। শুভ ৰং হালধীয়া, শুভ সংখ্যা-৯।
কুম্ভ : ব্যৱসায়ীসকল সতর্ক থাকক। কর্মক্ষেত্ৰত বাধাৰ
মাজেদি সফলতা পাব শৰীৰ প্ৰতি চিন্তা কৰাটো দৰকাৰ। ঘৰুৱা মতান্তৰ। যােগ্যজন পুৰস্কৃত হােৱাৰ যােগ। শুভ ৰং বগা, শুভ সংখ্যা-৩ ।
মীন:কর্মক্ষেত্র যােগ্যতা বজায় ৰখাৰ চেষ্টা কৰক। কাৰােবাৰ বাবে মনত দুখ পাব পাৰে। ভাই-ভনীৰ বিয়াৰ কথাত সুখী হ’ব। দিশত সতর্ক হওক। ভ্রমণ পাৰিলে স্থগিত ৰাখক। শুভ ৰং গেৰুৱা, শুভ সংখ্যা-২।