বড়ো সাহিত্য সভাৰ অধিৱেশনস্থলীত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

download

তামুলপুৰ জিলাৰ কচুবাৰীত ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ আজি অন্তিমটো দিন।

ADVERTISEMENT

আজিৰ এই মুকলি সভাত অংশগ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু ৰাজ্যপাল জগদীশ মুখী ।

উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেমছিং টামাং আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাও ।

ইয়াৰ লগতে সভাস্থলীত উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, সাংসদ ৰনগৌৰা নাৰ্জাৰী।

Exit mobile version