দেশৰ মেডিকেল শিক্ষানুষ্ঠানসমূহত আৰম্ভ কৰা হ’ব যােগ প্রশিক্ষণ। নেচনেল মেডিকেল কমিচন (এন এম চি)-এ এই কথা প্রকাশ কৰি জনােৱা অনুসৰি চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে দৈনিক এঘণ্টাকৈ মেডিকেল শিক্ষানুষ্ঠানত যােগ অভ্যাস আৰু প্রশিক্ষণ গ্রহণ কৰাটো বাধ্যতামূলক হ’ব।
ADVERTISEMENT
দেশৰ সকলাে মেডিকেল শিক্ষানুষ্ঠানত ১২ জুনৰ পৰা ২১ জুনলৈকে প্রতিদিন যােগাসনৰ প্রশিক্ষণ প্রদান কৰা হ’ব।