দিনটোৰ ৰাশিফল

16487121247936

মেষঃ কৰ্মতৎপৰতা থাকিব । কিন্তু শৰীৰ ভালে নাযাব পাৰে । ব্যৱসায়ীসকল কোনো সম্ভাব্য যোগাযোগৰ বাবে চেষ্টা কৰি যাব পাৰে । প্ৰেমত মতবিৰোধ । বিদ্যাৎ উৎসাহ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯ ।

বৃষঃ উদ্বেগৰ মাজেৰে আপুনি কৰ্ম আৰু যোগাযোগ ৰক্ষা কৰিব পাৰিব । বিদ্যাৰ্থীৰ বাবে শুভাশুভ । কৰ্মসমন্ধীয় কামত কষ্টেৰে প্ৰগতি কৰিব । শুভ ৰং বগা, শুভ সংখ্যা ৭ ।

মিথুনঃ কোনো কাৰণত বুদ্ধিদীপ্ত চুক্তি সম্পাদন কৰি উপকৃত হ’ব । বিদ্যাত বেয়া নহ’ব । ব্যৱসায় বাণিজ্যিত আয় বৃদ্ধিৰ কাৰকতা । শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি । শুভ ৰং নীলা । শুভ সংখ্যা ৪ ।

কৰ্কটঃ আৰ্থিকত বাধা কম পাব । কিন্তু কোনোৱে কৰ্মস্থানত কেইটিমান দিশত চিন্তিত হ’ব পাৰে । বিদ্যাত শুভাশুভ ফল পাব । শৰীৰটো মধ্যম । পাৰিবাৰিক শুভ । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২ ।

সিংহঃ মাজে মাজে গভীৰ চিন্তাৰ জুমুৰি দি ধৰিব । কৰ্মস্থানত স্বচ্ছলতা নাথাকিব । শৰীৰ মধ্যম । দাম্পত্যত মজলীয়া প্ৰভাৱ পৰিব । কাকো ৰুক্ষ ব্যৱহাৰ নকৰিব । শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৮ ।

কন্যা়ঃ আৰ্থিক দিশত ধনাত্মক হ’ব পাৰে । কৰ্মক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব । শুভ ৰং গুলপীয়া । শুভ সংখ্যা ৪ ।

তুলাঃ পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত উন্নত ফল পাব । ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া । যাত্ৰাদিত বাধাপ্ৰাপ্ত হ’ব । শুভ ৰং নীলা, শুভ সংখ্যা ৭ ।

বৃশ্চিকঃ ওলোটাভাৱে আপোনাক আমনি দিব অথবা কৰ্মত ব্যাঘাত আনিব । আনৰ কথাত বেছি প্ৰাধান্য নিদিব । বিদ্যাত শুভ । দাম্পত্যত বিৰোধ । শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১ ।

ধনুঃ অকাৰণ বা কাৰণতেই হ‌ওক কাৰো লগত মত বিৰোধ হোৱাৰ আশংকা । লেনদেনত সাৱধান থাকক । শৰীৰ ভালেই বুলিব পাৰি । ঘৰুৱা দিশত দুশ্চিন্তা নাই । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬ ।

মকৰঃ দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক । নতুন কোনো যোগাযোগত উৎসাহিত শৰীৰত পুৰণি বেমাৰে আমনি কৰিব । বন্ধুবৰ্গৰ প্ৰতি সাৱধান । শুভ ৰং নীলা, শুভ সংখ্যা ২ ।

কুম্ভঃ মজলীয়া হ’লেও উন্নত । দূৰ যোগাযোগত বাধাপ্ৰাপ্ত পেটৰ অসুখৰ কাৰক । বিদ্যাত নিৰাশ নহ’ব । ব্যৱসায়ত ঋণৰ কাৰকতা । প্ৰেমত সাধাৰণ মতান্তৰ । শুভ ৰং বগা, শুভ সংখ্যা ৫ ।

মীনঃ আৰ্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা । কৰ্মক্ষেত্ৰত সৰু-সুৰা বাধাৰ মাজেদি অগ্ৰসৰ হ’ব লাগিব । বিদ্যাত মধ্যম । প্ৰেমত শুভ । শুভ ৰং নীলা, শুভ সংখ্যা ২ ।

Exit mobile version