দিনটোৰ ৰাশিফল

16487121247936

মেষ : কর্মতৎপৰতা থাকিব। কিন্তু শৰীৰ ভালে নাযাব পাৰে। বৱসায়ী সকল কোন শুভ সংখ্যা-৮ শুভ ৰং ৰঙা। সম্ভাব্য যােগাযােগ বাবে চেষ্টা কৰি চাব পাৰে । প্ৰেমত মতবিৰােধ। বিদ্যাৎ উৎসাহ। শুভ ৰং ৰঙা ,শুভ সংখ্যা-৯।

বৃষ : উদ্বেগৰ মাজেৰে আপুনি কৰ্ম আৰু যােগাযােগ ৰক্ষা কৰিব পাৰিব। বিদ্যার্থীৰ বাবে শুভাশুভ। কর্মসমন্ধীয় কামত কষ্টেৰে প্রগতি কৰিব। শুভ ৰং বগা, শুভ সংখ্যা-৭।

মিথুন : কোনাে কাৰণত বুদ্ধিদীপ্ত চুক্তি সম্পাদন কৰি উপকৃত হ’ব। বিদ্যাতে বেয়া নহ’ব। ব্যৱসায়-বাণিজ্যত আয় বৃদ্ধিৰ কাৰকতা। শৰীৰ বিশেষ ভাল বুলি ক’ব নােৱাৰি। শুভ ৰং নীলা। শুভ সংখ্যা-৪।

কর্কট : আর্থিকত বাধা কম পাব। কিন্তু কোনােৱে কৰ্মস্থানত কেইটিমান দিশত চিন্তিত হ’ব পাৰে। বিদ্যাত শুভাশুভ ফাল পাব। শৰীৰাে মধ্যম পাৰিবাহিক শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা-২।

সিংহ : মাজে মাজে গভীৰ চিন্তাই জুমুৰি দি ধৰিব।কর্মস্থানত সচ্ছলতা নাথাকিব। শৰীৰ মধ্যম। দাম্পত্যত মজলীয়া প্ৰভাৱ পৰিব। কাকো ৰুক্ষ ব্যৱহাৰ নকৰিব। শুভ ৰং পাতল নীলা। শুভ সংখ্যা-৮।

কন্যা :আর্থিক দিশত ধনাত্মক হ’ব পাৰে। কর্মক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব। ব্যৱসায়ত শুভ ফল পাব। শুভ ৰং নীলা। শুভ সংখ্যা-৭।

তুলা : আর্থিক দিশত প্রয়ােজনীয় সম্পাদাদিব বাবে খৰচৰ বাট ওলাব। ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষ শুভ নহ’ব। শত্ৰুৰ পৰা মিত্র যােগৰ আশা। বিয়া-বাৰুৰ সংযােগ। শুভ ৰং বগা। শুভ সংখ্যা- ৬।

বৃশ্চিক : নিৰাশ কর্ম চিন্তা, ভ্রমণাদিৰ যােগ থাকিব। কোনাে অপৰাধীৰ কথাত মাতত অস্থিৰতা থাকিব। ব্যৱসায়ত প্রাপ্য ধন আদায়ৰ সুযােগ পাব। পাৰিবাৰিক শুভ। শুভ ৰং সােণালী। শুভ সংখ্যা-৩।

ধনু:অস্থিৰ চিন্তা বাদ দিয়াটো ভাল। চকুৰ আমনি দেখা যায়। কর্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল পাব। দাম্পত্যত সিমান আনন্দ নাথাকিব। বিদ্যাত শুভ। শুভ ৰং গােলপীয়া। শুভ সংখ্যা-৮।

মকৰ : কর্মস্থানত গতানুগতিক পৰিৱেশ বিৰাজ কৰিব। সুযােগ ব্যৱহাৰ কৰাত সাৱধান থকাটো ভাল। ভ্ৰমণত লাভজনক ফল কম। শুভ ৰং মাটিয়া। শুভ সংখ্যা-৬।

কুম্ভ :শিল্প কলাত পাৰদৰ্শিতা থাকিব। আর্থিক দিশত খৰচৰ পথ মুক্ত থাকিব। অংশীদাৰী ব্যৱসায়ত লাভৰ কাৰতা। দূৰ ভ্ৰমণৰ বােগ। শুভ ৰং কলা। শুভ সংখ্যা-৬।

মীন : হাতত লােৱা কাৰ্যসূচিৰ সুস্থ সমাধান পাব। সুচিন্তা আৰু আপােনাৰ ভদ্ৰতাৰ বাবে অনুকূলতাৰ প্রভাব পেলাব। নতুন কোনাে আশা পূর্ণ হ’ব। শুভ ৰং গােলপীয়া। শুভ সংখ্যা-১।

Exit mobile version