দিনটোৰ ৰাশিফল

efc207338609992b93ca0d0fb55d2993 original

মেষ : আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব। নিজৰ ভাৱমূর্তি প্রতি আপােনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব। বিয়া-বাৰুৰ, কথা-বতৰাত আগুৱাব পাৰে। প্রেম-প্রীতিত অনুকূল। শুভ ৰং বগা, শুভ সংখ্যা-২।

বৃষ :কিছু সন্দেহ আৰু কষ্টেৰে আজি পাৰ কৰিব দিলে খুব আহুকালত পৰিব নালাগিব। শৰীৰ মধ্যম। মূল কথাত মন দিয়ক। কিছু হলেও কৃতকার্য হ’বই। ভ্ৰমণৰ সম্ভাৱনা আছে। শুভ ৰং নীলা, শুভ সংখ্যা-৪।

মিথুন :ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ-অশান্তি। দেখা যায়। শৰীৰ মধ্যম, যত্ন কৰক। শুভ ৰং সেউজীয়া, শুভ সংখ্যা-৬।

কর্কট :মন ফৰকাল নাথাকিব। কর্মক্ষেত্ৰত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে। ঘৰুৱা কথাত সামান্য উদাসীনতা। শুভ ৰং বেঙুণীয়া, শুভ সংখ্যা-৩

সিংহ : কোনাে স্বভাৱগত তেজস্বিতা কাৰাে আগত নেদেখুৱাব। ইয়াক কৰ্মৰ মাজতে ব্যৱহাৰ কৰক। পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা। দাম্পত্যতাে কিন্তু চিন্তা থাকিব। বাধা দুই-এটা আছে শুভ ৰং ৰঙা, শুভ সংখ্যা-১।

কন্যা : কর্মতৎপৰতা বৃদ্ধি পাব। তাৰ পৰা নতুন কর্মচাৰীয়ে প্রশংসিত হ’ব আর্থিত খুব বেয়া নহ’ব আজিৰ দিনটোৰ। দাম্পত্যত মধ্যম, সন্তানৰ চিন্তা আঁত বিচাৰি নাপাব। বিদ্যাত উন্নতি। শুভ ৰংহালধীয়া, শুভ সংখ্যা-৮

তুলা : কোনাে কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনাে সংস্থাৰ পৰা স্বীকৃতি লাভ। শৰীৰ পিছে খুব ভালেৰে যােৱা টান হ’ব। কিন্তু নতুন এটা কৰি দেখুৱাৰাে আছে। শুভ ৰং বগা, শুভ সংখ্যা-৫।

বৃশ্চিক :কার্যকৰী সংযােগত অনুকূল আর্থিকতে আশাপ্রদ। কিন্তু সাময়িক উৎকণ্ঠা থাকিব। গৃহৰ স্বাৰ্থত কিছুমানত এৰা-ধৰা কৰিব। হঠাৎ কোনাে সমস্যাৰ সন্মুখীন হলেও দুশ্চিন্তা নানিব। শুভ ৰং মাটিয়া, সংখ্য-৯।

ধনু : আর্থিকৰ বাবে কৰা চেষ্টাত কিছু সুফল দেখিব। আনহাতে, বুজন পৰিমাণৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল। শুভ ৰং ৰঙা, শুভ সংখ্যা-২

মকৰ :উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে। কর্মতাে মন চঞ্চল হ’ব পাৰে কোনাে খবৰত বৰ সুখী নহ’ব পাৰে। শুভ ৰং আকাশীনীলা, শুভ সংখ্যা-৬

কুম্ভ :পিচবেলা কোনাে ক্ষেত্ৰত নিৰাশ হ’ব পাৰে। অৱশ্যে আগবেলা তাৰ কিছু ওলােটা ফল দেখিব। প্রয়ােজনীয় ক্ষেত্ৰত সেয়ে সাৱধানে চলক অৱশ্যে আগবেলা তাৰ কিছু ওলােটা ফল দেখিব। প্রয়ােজনীয় ক্ষেত্ৰত সেয়ে সাৱধানে চলক দাম্পত্যত মধ্যম। শুভ ৰং সােণালী, শুভ সংখ্যা-৩

মীন : কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্ৰত খুব উৎসাহজনক দেখা নাযায় নিজে আগতে সকলাে দিশেই দুৱাৰ খােলা নাপাব। ভ্রমণাদিত একেবাৰে অন্য মন্যৰ হ’ব। দুই চিন্তা নকৰিব। শুভ ৰং বগা, শুভ সংখ্যা-২।

Exit mobile version