জনীয়া পাব্লিক স্কুল স্থানান্তৰিত ঠাই সালেকুৰাত গৃহ নিৰ্মাণ আৰম্ভ

বৰপেটা জিলাৰ জনীয়াত এখন উন্নত মানদণ্ড তথা সময়োপযোগী হোৱাকৈ ২০২১ চনত জনীয়া পাব্লিক স্কুল নামেৰে এখন ব্যাক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান গঢ় লৈ উঠে।

উক্ত শিক্ষানুষ্ঠানখন আজি পুৰ্বৰ ঠাইৰ পৰা বৰপেটা-জনীয়া ৰাজ্যিক ঘাইপথৰ দাতিত অথ্যাৎ সালেকুৰালৈ স্থানান্তৰিত কৰাৰ উদ্দেশ্যে বিদ্যালয় গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰা হয় ।

গৃহ নিৰ্মাণ কাম আৰম্ভ কৰে বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খানে । জনীয়া পাব্লিক স্কুল পৰিচালনা কমিটিৰ সভাপতি আলতাপ হুছেইনে আত ধৰা সভাত জনীয়া জামে মছজিদৰ ইমাম মুফতি আইনুল হকে দোৱা প্ৰাৰ্থনা কৰে ।

Exit mobile version