দিনটোৰ ৰাশিফল

efc207338609992b93ca0d0fb55d2993 original

মেষ : কোনাে কাৰণে কিবা ভাবৰ উদয় হ’ব পাৰে। উপযুপতি চেষ্টাৰ দ্বাৰাও নিৰাশ হােৱাৰ ইও এক কাৰণ হ’ব পাৰে। আজি শৰীৰেও বৰ উন্নত নাযাব। বিদ্যাত অৱশ্যে বাধা কম। শুভ ৰং কমলা, শুভ সংখ্যা-৭।

বৃষ : সহজাত-সুবুদ্ধি আৰু কাৰ্যদক্ষতাৰ কামত ব্যৱহাৰ কাৰক। কিন্তু প্রায় কামতে আপােনাৰ যেন অনাৱশ্যক মন্থৰ হ’ব। ভাই-ভনীৰ পৰা অৱশ্যে ভালেই দেখা যায়। শৰীৰৰ দুর্বলতা থাকিব। শুভ ৰং ৰঙা, শুভ সংখ্যা-৫।|

মিথুন : মনােবল বৃদ্ধি পাব। ভ্রমণতাে বেছি বাধা নাপাব। হাতলৈ ধন অহাৰ সুযােগ পাব। প্রেম-প্রীতিত সংগ সুখ দেখা যায়। শৰীৰ মধ্যম। দাম্পত্যতে শুভ। কর্মতৎপৰ হােৱাৰ যত্ন কৰক। শুভ ৰং হালধীয়া, শুভ সংখ্যা-৮।

কর্কট: সাধাৰণ ধন উপার্জন। কোনাে কাৰণে লেঠা ছিগা টান হ’ব। অৱশ্যে গুৰুৰ সহযােগত কিছু মানসিক দিশত উপকৃত হ’ব। বিদ্যাতাে চেষ্টাৰ ফল পাব। প্রিয় লােকৰ কথাত সন্দেহ দেখা যায়। শুভ ৰং বগা, শুভ সংখ্যা-৬

সিংহ :আর্থিক উপায়ৰ কথা কোনাে মনত বাৰে বাৰে চাপ দিব। অভাৱ অনাতনতকৈ নিজৰ ভৱিষ্যতৰ বাবে বেছি ভাৱ প্ৰৱণতাই ৰুক্ষ অৱস্থালৈ ৰূপান্তৰিত যাতে নহয় সাৱধান থাকক। শুভ ৰং কলা, শুভ সংখ্যা-৪।

কন্যা : কর্মাদিত মন দিয়াৰ যত্ন কৰক। আর্থিকত বাধা থাকিব যদিও বেছি ভবা-গুণা কৰাৰ প্রয়ােজন নাই বুলি ধৰিব। দাম্পত্যত মধ্যম। দুষ্ট লােকৰ পৰা আর্থিক ক্ষতি যাতে নহয় লক্ষ ৰাখক। শুভ ৰং নীলা, শুভ সংখ্যা-৬।

তুলা : কর্তব্যত জটিলতা পূর্ব দিনৰ তুলনাত কম। নিজৰ ধৈৰ্য আৰু বুদ্ধিৰ বলত উপকৃত হ’ব। অনাহকৰ সময় অপব্যয়ৰ মুহূৰ্তৰ বাবে সাৱধান হওক। শৰীৰ ভালে গলেও অবজ্ঞা কৰিব নােৱাৰিব। শুভ ৰং ক্রীম, শুভ সংখ্যা-৮।

বৃশ্চিক : টকা-পইচা লেন-দেনত যাতে ভ্ৰম নহয়। অর্থ কষ্টৰ কথা বাৰে বাৰে মনলৈ অহাৰ পাছত কিছু আশাপ্রদ সঁহাৰি লাভ। শাৰীৰিক উদ্বেগৰ মাজতাে কোনাে সকামত প্ৰেৰণা পাব। শুভ ৰং গেৰুৱা, সংখ্য-৯।

ধনু : মান-মর্যদা বাঢ়িব। আনহাতে, ঘৰুৱা দিশত সম্পূর্ণ মন দিয়াত খেলি। মেলি থাকিব। তথাপি আজি কোনাে কামত নিষ্ঠাৰ প্ৰমাণ লাভ কৰিব বিদ্যাত সুযােগ নিজে ল’বল লাগিব। শুভ ৰং নীলা, শুভ সংখ্যা-৭।

মকৰ : বিশেষ দুশ্চিন্তা থাকিব। তথাপি ভাবি-চিন্তি কামত আগুৱাওক বিদ্যা অনুকূলতা থাকিব। জাতি-কুটুম্বৰ পৰা উপকৃত উপদেশ। বন্ধুৰ সহযােগ মাতৃৰ তথা চুবুৰীয়াৰ লগত সদ্ভাৱ। শুভ ৰং গুলপীয়া, শুভ সংখ্যা-৮ |

কুম্ভ : প্রাথমিকতে অলপ অসুবিধা বা নিসংগতা অনুভৱ কৰিব পাৰে। পাছলৈ উন্নত। কোনাে চিন্তাৰ পৰা মুক্ত হােৱাৰ কাৰক। অর্থতি বিশেষ প্রয়ােজন সাপেক্ষে বুলি ধৰিব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা-১০।

মীন : বিদ্যা-তথ্য বুদ্ধিৰ ক্ষেত্ৰত আপােনাৰ খুব অনুকূল নহ’লেও দু:শ্চিতা নাই। কর্মস্থানত বাধা কম। শেষ ফালে কোনাে অনাহুত বিষয়ত অপ্রসস্তুত হ’বও পাৰে। পিতৃ-মাতৃৰ বাবে দুশ্চিন্তা শুভ ৰং হালধীয়া, শুভ সংখ্যা-২।

Exit mobile version