দিনটোৰ ৰাশিফল

efc207338609992b93ca0d0fb55d2993 original

মেষ : মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপােনাৰ উপস্থিত বুদ্ধিৰ আতৰাব পাৰিব। সাহস আৰু দক্ষতা সমভাবে লাভ কৰি উপকৃত হ’ল কর্মস্থানত আনন্দ। প্রেমত আনন্দ। শুভ ৰং ৰঙা, শুভ সংখ্যা-৭ |

বৃষ : বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব। বিয়া-বাৰু বা উৎসৱ আদিত যােগদান কৰক। মাতৃৰ শৰীৰ চিন্তা। আর্থিক ব্যয় বৃদ্ধি পাব। শুভ ৰং বগা, শুভ সংখ্যা-৩।

মিথুন : জাতক-জাতিকাসকলে শৰীৰকলৈ সাধানা থাকিব। কোনাে পুৰণি সমস্যা নতুনকৈ দেখা দিব পাৰে, বিদ্যার্থীসকলােৰ পঢ়া-শুনাৰ প্ৰতি অমনােযােগ দেখা দিব।

কর্কট : দিনাটোত মাজে-সময়ে আপুনি মানসিক ভাবে উত্তেজিত হৈ থাকিব দীঘলীয়া সময় ধৰি চলি অহা সমস্যাবােৰৰ সমাধান হ’ব পাৰে।

সিংহ : বিদ্যার্থীৰ মাধ্যম। আজি গাধােৱাৰ পাছত দুটা তুলসী পাতত বগা চন্দন লগাই পাতকেইটা ঘহি ল’ব। যাত্রা শুভ। প্ৰেমত মাধ্যম।

কন্যা : ঘৰুৱা পৰিৱেশ সিমান প্রতিকূল নহ’ব। শাৰীৰিক সামান্য উন্নত। পঢ়া-শুনাত থকা সকলে বিশেষ যত্ন কৰক। ব্যৱসায়ত বাধা নাই। প্রেমত বেয়া দেখা নাযায়। শুভ ৰং বগা, শুভ সংখ্যা-২।

তুলা : বিদ্যার্থীৰ সাফল্যৰ হােৱা থাকিলেও বন্ধু-বান্ধৱীৰ পৰা সর্তক থাকিব ব্যৱসায়ত ভাল। চাকৰিৰ ক্ষেত্ৰত বাধা।

বৃশ্চিক : সাহসিকতাৰে কৰ্মত আগুৱাৰ চেষ্টা কৰক। কর্মক্ষেত্ৰত যােগ্যতা ৰখাৰ চেষ্টা কৰক। খেলিমেলিৰে দিনটো পাৰ হ’ব পাৰে। বিদ্যাত শুভ। উদ্বেগ আদিৰ কিছু সমাধানৰ আশা। শুভ ৰং কলা, সংখ্য-৬।

ধনু : দৈনিক কাম-কাজতত ব্যস্ততা বৃদ্ধি পালেও বিশেষ ভাল ফল পাব বুলি ক’ব পাৰি। বিদ্যার্থীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজি দিনটো অনামিকা আঙুলীৰ এটা তামৰ আঙঠি পিন্ধিব।

মকৰ: এই ৰাশিৰ জাতক-জাতিকাই অযথা খৰচ পাতিৰ ওপৰত নিয়ন্ত্রণ ৰাখক। ব্যৱসায়-বাণিজ্যত গভীৰ মনােনিবেশ নকৰিলে ক্ষতিৰ সম্ভাৱনা।

কুম্ভ: আর্থিক উন্নতিৰ সুযােগ আহিব, ব্যৱসায়ত উন্নতি অব্যাহত থাকিব চাকৰিয়ালৰ বিভিন্ন ফালৰ পৰা সুযােগ আহিব।

মীন : যান-বাহনৰ পৰা সাৱধান থাকিব। কর্মক্ষেত্ৰত বাধা। সন্তানৰ প্ৰতি নজৰ ৰাখিব। বিদ্যার্থীসকলে চিন্তা থাকিব।

Exit mobile version