দিনটোৰ ৰাশিফল

16503614614344

মেষঃ ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম । সৰু-সুৰা বিৰোধী কথাত বেছি মন নিদিলে কৰ্মক্ষেত্ৰতো শুভ ফল । বহুদিন ধৰি ভাবি থকা সুযোগৰ আশা সমাগত যেন লাগিব । দাম্পত্যত শুভ । শুভ ৰং ক্ৰীম, শুভ সংখ্যা ২ ।

বৃষঃ আৰ্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব । ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা । বাটে-পথে ফুৰোতে সাৱধান হ‌ওক । বিদ্যাত মধ্যম । শৰীৰৰ দুৰ্বলতা । শুভ ৰং বগা, শুভ সংখ্যা ৪ ।

মিথুনঃ কৰ্তব্যত আপোনাৰ যোগ্যতা থাকিব । কোনোৱে বাস্তৱ খোজ পেলাই উপকৃত হ’ব । সৰু-সুৰা কথাত মানসিক কিছু প্ৰভাৱ পেলাব । বন্ধুৰ সহায় । আৰ্থিক প্ৰাপ্তিৰ আশা । শুভ ৰং কমলা, শুভ সংখ্যা ৩ ।

কৰ্কটঃ পূৰ্বদিনৰ তুলনাত আজি বহুলাংশে যোগাযোগাদিত উন্নত । অৱশ্যে আপোনাৰ হুৰমূৰীয়া স্বভাৱৰ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক । বিদ্যাত মধ্যম । শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫ ।

সিংহঃ কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে । সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূৰ্ণ কৰাত বাধা । মজলীয়া ফল । দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব । শুভ ৰং হালধীয়া । শুভ সংখ্যা ৮ ।

কন্যাঃ কৰ্মক্ষেত্ৰত আপোনাৰ ভাবমূৰ্তি প্ৰায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব । জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ । বিদ্যাত বেয়া নহ’ব । ভ্ৰমণাদিত মধ্যম । শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭ ।

তুলাঃ কোনোৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ কাৰক । সাৱধান হ’লে ভয় কম বিদ্যাত যত্নৰ ফল লাভ । দাম্পত্যত ভালেই । শুভ ৰং ক’লা । শুভ সংখ্যা ৬ ।

বৃশ্চিকঃ ক্ৰমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে । হ’বলগীয়া কামত অনগ্ৰসৰ হোৱাৰ যোগ । মুঠতে কিছু অসুবিধাৰ কাৰক । জাতক-জাতিকাই কিছু সাৱধান থাকিলে ভাল । শুভ ৰং নীলা, শুভ সংখ্যা ১১ ।

ধনুঃ উন্নত দিনৰ অনুমান । যোগাযোগৰ খুব বেয়া নহ’ব । ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্ৰতিকূলো নহ’ব । বিশেষকৈ অনুৰাধা নক্ষত্ৰৰ মানসিক শান্তি । শিক্ষক, বুদ্ধিজীৱিৰ সুখ । শুভ ৰং ক্ৰীম, শুভ সংখ্যা ৯ ।

মকৰঃ ভগা পতা কৰি ভাল পাব পুৰণি পৰিৱেশৰ সলনিৰ প্ৰতি মন কৰিব পাৰে ভ্ৰমণত সষ্টম হ‌ওক । কিন্তু কোনোৰ বন্ধু-বান্ধৱীৰ সংগত সুখ লাভ যিসকল ভাগ্যৱান । শুভ ৰং বগা, শুভ সংখ্যা ৮ ।

কুম্ভঃ ৰুক্ষ চিন্তা অত্যাধিক খৰচ হ’লেও আয়ত্ত থাকিব । পঢ়া-শুনাত মনোযোগ লাগিব । দুষ্টৰ সংগ‌ই বিপদ আনিব পাৰে লোহ, লক্ক ইস্পাত কাঠ, কয়লাত লাভ । পদমৰ্যাদা লাভ । শুভ ৰং হালধীয়া, শুভ সংখ্যা ২ ।

মীনঃ আৰ্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ । মতান্তৰ হ’ব লগা কথাত মন নিদিব । শৰীৰ মধ্যম । সৰু-সুৰা সাংবাদকে গুৰুতৰ বুলি নল’ব । ভ্ৰমণত সাৱধান । নতুন সম্পদক ক্ৰয় । শুভ ৰং ক’লা, শুভ সংখ্যা ২ ।

Exit mobile version