দিনটোৰ ৰাশিফল

16503614614344

মেষ :দিনটোত মনলৈ কিছু আনন্দ বতৰা আহিব। উপার্জনৰ বাধা পাব। বিদাত সুনাম। ৰাজনীতিবিদসকল বিপদত সােমাই পৰিব। প্রেমত বাধা আহিব। শুভ ৰং বগা, শুভ সংখ্যা-৪।

বৃষ :শত্ৰুৰ দ্বাৰা ক্ষতিৰ আংশকা। ব্যৱসায়ীৰ ভাল বৃদ্ধি। চাকৰিৰ বাবে চেষ্টা কৰিব পাৰে। কর্মত ব্যস্ততা বাঢ়িব। আর্থিক দিশত প্রাপ্তি যােগ প্ৰেমত অস্থিৰতা। শুভ ৰং হালধীয়া, শুভ সংখ্যা-৮।

মিথুন : পাৰিবাৰিক সমস্যাই মনত দুখ দিব। ভ্ৰমণ কৰিলে কষ্টা পাব। কর্ম প্রতিভাৰ বিকাশ আৰু বিশিষ্ট ভাগ্যোদয়। নতুন বন্ধু লাভৰ ইংগিত। শুভ ৰং ৰঙা । শুভ সংখ্যা-৪ |

কর্কট : আকস্মিক আঘাত প্রাপ্তিৰ সম্ভাৱনা। গুৰুজনৰ দ্বাৰা আসন্ন বিপদ পৰা মুক্তি লাভ। দেহভাব মধ্যম। কর্মক্ষেত্র গতানুগতিক। ব্যৱসায়িক সফলতা পাব। শুভ ৰং নীলা। শুভ সংখ্যা-৩।

সিংহ :দিনটোত আপুনি স্ব-কর্মত লাভৱান হ’ব। নির্ভার ক্রমােন্নত। গৃহে শুভ অনুষ্ঠান হােৱাৰ যােগ। কথা-বতৰাত সংযত হওক। শুভ ৰং বগা। শুভ সংখ্যা-৫।

কন্যা : মূল্যবান ক্রয় কৰিব পাৰে। পত্নীৰ চিকিৎসাৰ কাৰণে অর্থ ব্যয় হ’ব। বিদেশত থকা আত্মীয়ৰ আগমনে সুখ বৃদ্ধি পাব। শুভ ৰং ৰঙা, শুভ সংখ্যা-

তুলা :বাধা বিঘিনিৰ মাজেৰে কর্মে সাফল্য আৰু আন বৃদ্ধি। পঢ়া-শুনাত গুৰুত্ব দিয়াটো ভাল। মাটি-বাৰিৰ সমস্যা বৃদ্ধি পাব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা-২।

বৃশ্চিক :কামৰ চাপ বৃদ্ধি পাব। ওচৰ-চুবুৰীয়াৰ লগত মতানৈক্য ঘটিব পাৰে। ওপৰঞ্চি ধন অলপ লাভ কৰিব পাৰিব। সন্ধিয়া কালত সতর্ক থাকক। শুভ ৰং মাটিয়া, সংখ্য-৮।

ধনু :উপযুক্ত কোন লােকৰ সান্নিধ্যত সুখী হ’ব। ঘৰুৱা পৰিৱেশ বেয়া নাপাব। নতুন কোন কামৰ সন্ধান পাব। ভ্ৰমণৰ পৰা লাভৰ কাৰক। শুভ ৰং কমলা। শুভ সংখ্যা-৩।

মকৰ :আর্থিকত আশা কৰা মতে, ফল নাপাব। দিনৰ ১০ বজাৰ পাছত নতুন দ্রব্য ক্রয়ৰ যােগ। দায়িত্ব পূর্ণ কামত মন দিয়ক। উপৰুৱা কথা নাভাবিব। শুভ ৰং বগা। শুভ সংখ্যা- ২।

কুম্ভ : আজিৰ দিনটো আপােনাৰ ভাল-বেয়াৰ মাজত চলিব। যিকোনাে কামতে ভাবি-চিন্তি দায়িত্ব ল’ব। শৰীৰ মধ্যম। কোনাে কাৰণে ব্যস্থতা। শুভ ৰং মেৰুণ। শুভ সংখ্যা-৯।

মীন : আর্থিক খৰচৰ মুখামুখি। ঘৰুৱা অশান্তি। বিদ্যাত মধ্যম। নতুন উৎসাহ পাব। শৰীৰ ভালেই বােলা যায়। ঘনিষ্ঠ ব্যক্তিৰ পৰা শত্রুতা আহিব। শুভ ৰং বগা। শুভ সখ্যা-১।

Exit mobile version