দিনটোৰ ৰাশিফল

16503614614344

মেষ :শুভ ৰং আকাশী নীলা, শুভ সংখ্যা-৭। সুখ সমৃদ্ধি বৃদ্ধি হ’ব। টকা-পইচাৰ অভাৱ দূৰ হ’ব। কুগ্রহৰ প্রভাবে সন্তানৰ ক্ষতি কৰিব পাৰে।

বৃষ : শুভ ৰং গেৰুৱা, শুভ সংখ্যা-৯। আর্থিক ক্ষতিৰ যােগ আছে। সামান্য কথাতে কাজিয়া হ’ব পাৰে। কোনাে ধৰণৰ ভাল কাম আজি আৰম্ভ নকৰিব। হাতৰ পৰা বস্তু হেৰাব পাৰে। কোনাে ধৰণৰ ভাল কাম আজি আৰম্ভ নকৰিব। হাতৰ পৰা বস্তু হেৰাব পাৰে।

মিথুন :শুভ ৰং হালধীয়া, শুভ সংখ্যা-৬। এই ৰাশিৰ জাতকৰ আজি শুভ দিন যিকোনাে শুভ কাম আৰম্ভ কৰিব পাৰে। নিজৰ ভুলে ক্ষতি কৰিব। আনক উপদেশ দি নিজে সমস্যাত পৰিব। শিক্ষার্থীৰ শাৰীৰিক অসুস্থতাই ক্ষতি
কৰিব।

কর্কট : শুভ ৰং ৰঙা, শুভ সংখ্যা-৮। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। আর্থিক অনাতন দূৰ হ’ব। পাবলে থকা ধন হাতলৈ আহিব।

সিংহ: শুভ ৰং বেঙুণীয়া, শুভ সংখ্যা-৩। যান-বাহন দুর্ঘটনা পতিত হ’ব পাৰে। শিক্ষার্থীয়ে বিচৰা ধৰণে ফল নাপাব। বিশেষ ভাল খবৰ পাব। ব্যৱসায়ত লােকচান হ’ব পাৰে।

কন্যা :শুভ ৰং নীলা, শুভ সংখ্যা-৫। কর্মস্থান পৰিৱৰ্তন হ’ব পাৰে পাৰিবাৰিক কন্দল হ’ব পাৰে। শত্ৰুৰ দ্বাৰা ক্ষতি হ’ব পাৰে। শিক্ষার্থীৰ শুভ ফল প্রাপ্তিৰ যােগ। ব্যৱসায়ত শুভ।

তুলা : শুভ ৰং বগা, শুভ সংখ্যা-২। সাহিত্য চর্চা কৰা সকলৰ সন্মান বাঢ়িব অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে। যুতিয়া ব্যৱসায়ত হাত নিদিব ব্যৱসায়ত ক্ষতি হ’ব পাৰে।

বৃশ্চিক : শুভ ৰং হালধীয়া, সংখ্য-৯। সংযম ৰাখি কথা পাতিব। হাতলৈ টকা আহিব যদিও খৰচ বাঢ়িব। আনে লােৱা টকা ঘূৰাই পাব।

ধনু : শুভ ৰং গেৰুৱা, শুভ সংখ্যা-৭। ঘৰত কোনােবাৰ চাকৰিৰ সম্ভাৱনা আছে। মুৰত আঘাত পাব পাৰে। ব্যৱসায়ত লােকচান হ’ব পাৰে।

মকৰ: শুভ ৰং নীলা, শুভ সংখ্যা-৩। চাকৰিৰ বাবে শ্রেষ্ঠা কৰা সকলে ভাল খবৰ পাৰে। অপদস্ত হােৱাৰ ভয়। আজি টকা ধাৰলৈ নিদিব।

কুম্ভ :শুভ ৰং হালধীয়া, শুভ সংখ্যা-৪। অচিনাকি ব্যক্তিয়ে ক্ষতি কৰাৰ আশংকা আছে। দূৰ ভ্ৰমণ নকৰিব। বন্ধুৰ দ্বাৰা প্ৰতাৰিত হ’ব।

মীন : শুভ ৰং বেঙণীয়া, শুভ সংখ্যা-৬। হাতলৈ টকা আহিব। কিন্তু জমা ৰাখিব নােৱাৰে মাতৃৰ স্বাস্থ্য অসুস্থ হ’ব পাৰে। কর্মসংস্থান বিচৰা সকলে আজি শ্রেষ্ঠা কৰক। পাৰিবাৰিক অশান্তি বাঢ়িব।

Exit mobile version