বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত হাহাকাৰ

বৰুৱা কৰ্কট প্ৰতিষ্ঠানত হাহাকাৰ পাঁচদিনে বন্ধ অটল অমৃত, আয়ুষমান ভাৰতৰ সুবিধা। কাউণ্টাৰৰ সন্মুখত ৰোগীৰ আত্মীয়ৰ বোন্দাপৰ সম্পন্ন নহ’ল কৰ্কট ৰোগীৰ অস্ত্ৰোপচাৰ বিৰুবাৰীস্থিত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত পাঁচদিনে হাহাকাৰ।

অটল অমৃত, আয়ুষমান ভাৰতৰ সুবিধাৰ পৰা বঞ্চিত ৰোগী। আঁচনিৰ সুবিধা নাপায় বিপাঙত ৰোগীৰ আত্মীয়

আঁচনিৰ সুবিধা নাপায় সম্পন্ন নহ’ল কৰ্কট ৰোগীৰ অস্ত্ৰোপচাৰ। আঁচনিৰ সুবিধা বিচাৰি পাচদিনে কাউণ্টাৰৰ সন্মুখত আত্মীয়ৰ হাহাকাৰ দুখীয়াৰ বাবে চৰকাৰে মুকলি কৰা এই আঁচনি বন্ধ কৰাক লৈ অসন্তুষ্ট ৰোগীৰ আত্মীয়।

Exit mobile version