দিনটোৰ ৰাশিফল

16503614614344

মেষ : পৰিয়ালৰ মাজত মনোমালিন, হ’ব পাৰে। চাকৰিৰ ক্ষেত্ৰত কিছু সমস্য আছে অবাবত খৰচ বাঢ়িব। সন্তানৰ শুভ। বগা ফুল, তুলসীৰ পাত, আৰু সেন্দুৰ এখন আগৰ কলপাতত এৰি দিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা-৭

বৃষ : হাতলৈ টকা-পইচা আহিব যদিও খৰচ বৃদ্ধি পাব। নিজৰ ভূলত সমস্যাত পৰিব। বন্ধুৰ লগত মনোমালিন্য হ’ব পাৰে। সহকৰ্মীৰ দ্বাৰা প্ৰতাৰিত হ’ব পাৰে। তুলসী তলত পানী ধাৰি প্ৰমাণ কৰিব । শুভ ৰং নীলা, শুভ সংখ্যা-৬

মিথুন : ব্যৱসায় প্রতিষ্ঠানত ক্ষতি হোৱাত ভয়। খং দমন কৰি ৰাখক অনাথা ক্ষতি হ’ব সন্তানৰ ভুলৰ বাবে সন্মান হানি হ’ব পাৰে। নৱগ্ৰহ মন্দিৰত গ্ৰহ দেৱতাক সন্তোষ্টিৰ বাবে প্ৰাৰ্থনা কৰিব। শুভ ৰং বেঙুণীয়া, সংখ্যা-৯।

কর্কট : মূল্যবান বস্তু ক্ষতি হ’ব পাৰে। আর্থিক সংকতৰ বাবে ব্যৱসায়ত ক্ষতি হ’ব পাৰে। ভিক্ষাৰী খোৱা বস্তু দান কৰিব। শুভ ৰং গেৰুৱা, সংখ্যা -৩।

সিংহ : দুর্ঘটনাহৈ আগত পাব পাৰে। চাকৰিয়ালৰ পদোন্নতি হোৱাৰ পূৰ্ণ সম্ভৱনা আছে। সন্তানৰ শুভ। শিৱ লিংগত গাখীৰ বেলপাত অৰ্পণ কৰি শিৱক আৰাধনা কৰিব। শুভ ৰং আকাশী নীলা, সংখ্যা – ৬।

কন্যা : মূল্যবান সম্পত্তি ঘৰলৈ আহিব। কর্মত বাধা আহিলেও সমাধান হ’ব আনৰ পৰা আর্থিক সহায় পাব। সন্তানৰ শুভ। শুভ ৰং বগা, শুভ সংখ্যা-৮

তুলা : বিয়াৰ প্ৰস্তাৱ আহিব পাৰে। সম্পত্তিলৈ কাজিয়া-পেচাল হোৱাৰ সম্ভাৱনা। চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে। গা ধুই সূর্যক প্রণাম কৰিব পানী ধালিব। শুভ ৰং ৰঙা। সংখ্যা-২

বৃশ্চিক : আনৰ উপদেশ কাম কৰি বিপদত পৰিব পাৰে। ঘৰতে অপদস্থ হোৱাৰ ভয়। টকা-পইচা অবাবত খৰচ হ’ব। শুভ ৰং হালধীয়াাা, সংখ্য-৪।

ধনু : প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে। সন্তানৰ পৰা ক্ষতিৰ আশংকা আছে। শুভ কামৰ আৰম্ভ হ’ব পাৰে। হাতলৈ টকা-পইচা আহিব। কর্ম স্থান অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। শুভ ৰং বেঙণীয়া, সংখ্যা-৩।

মকৰ : পাৰিবাৰিক অন্ত:কলহ বাহিব। শত্ৰুৰ পৰা সাৱধান হ’ব। পিচলি পৰি আঘাত পাব পাৰে। বৈবাহিক সম্বন্ধত ব্যাঘাত জন্মিব পাৰে। শনি মন্দিৰত ধূপ চাকি জলাই শনিৰ ধ্যান কৰিব। শুভ ৰং নীলা, সংখ্যা ৭।

কুম্ভ: ঘৰুৱা সমস্যাই অশান্তি দিব। হতাশাই আপোনাৰ ক্ষতি কৰিব। যান-বাহন চলোৱা সকল সাৱধান হ’ব। ব্যৱসায়ত উন্নতিৰ যোগ আছে। ঘৰৰ পৰা ওলাওতে কপালত চন্দনৰ ভোট লৈ ওলাব। শুভ ৰং আকাশী নীলা,সংখ্যা-২।

মীন: অচিন ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে। শাৰীৰিক অসুস্থতাই সমস্যাত পেলাব। হাতৰ পৰা মূল্যবান বস্তু হেৰাব পাৰে। কৰ্মত বাধা আহিব সন্তানে কৰা ভাৱ কামৰ বাবে সন্মান বাঢ়িব। বেল পাতত ৰঙা চন্দন সানি শিৱ লিংগত অৰ্পণ কৰক। শুভ ৰং গুলপীয়া, সংখ্যা- ১।

Exit mobile version