সীমান্ত চেতনা মঞ্চ পূর্বোত্তৰৰ উদ্যোগত বানপীড়িত সকললৈ সাহার্য্য

◾ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বানপিড়িত লোকক সাহার্য্য আগবঢ়াব সীমান্ত চেতনা মঞ্চ পূর্বোত্তৰে ।

◾ সৰুসজাই ষ্টেডিয়ামত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয় FLOOD RELIEF ভেন ৷

◾ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে সাংসদ কুইন ওজা, শীৰ্ষ আৰক্ষী বিষয়া তথা ৰাজনৈতিক সচিব(গৃহ) দিগন্ত বৰা আৰু মেয়ৰ মৃগেন শৰণীয়া ।

◾ বানে সংহাৰী ৰূপ ধাৰণ কৰা ডিমা হাছাও আৰু কাছাৰ জিলাৰ বাবে খাদ্য সামগ্ৰী প্ৰেৰণ কৰে এই অনুষ্ঠানৰ জৰিয়তে ।

◾ পৰৱৰ্তী সময়ত আন আন জিলা সমূহলৈও বান সাহাৰ্য্য প্ৰেৰণ কৰিব সীমান্ত চেতনা মঞ্চই ।

Exit mobile version