দিনটোৰ ৰাশিফল

95875e800f4f07def991204b49d41425 original

মেষ :এই ৰাশিৰ জাতক-জাতিকাই অযথা খৰচ পাতিৰ ওপৰত নিয়ন্ত্রণ ৰাখক। ব্যৱসায়-বাণিজ্যত গভীৰ মনোনিবেশ নকৰিলে ক্ষতিৰ সম্ভাবনা।

বৃষ: দৈনিক কাম-কাজতত ব্যস্ততা বৃদ্ধি পালেও বিশেষ ভাল ফল পাব বুলি ক’ব পাৰি। বিদ্যার্থীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজি দিনটো অনামিকা আঙলীৰ এটা তামৰ আঙঠি পিন্ধিব।

মিথুন : আর্থিক উন্নতিৰ সুযোগ আহিব, ব্যৱসায়ত উন্নতি অব্যাহত থাকিব চাকৰিয়ালৰ বিভিন্ন ফালৰ পৰা সুযোগ আহিব।

কর্কট : আর্থিক ক্ষেত্ৰত ভাল ফল নাপাব। ব্যৱসায়ত কিছু কিছু সমস্যাই মনলৈ অশান্তি আনিব পাৰে, টকা-পইচা আহিলেও সঞ্চয় নহ’ব।

সিংহ : দিনাটোত মাজে-সময়ে আপুনি মানসিক ভাবে উত্তেজিত হৈ থাকিব। দীঘলীয়া সময় ধৰি চলি অহা সমস্যাবোৰৰ সমাধান হ’ব পাৰে।

কন্যা : বিদ্যাৰ্থীৰ মাধ্যম। আজি গাধোৱাৰ পাছত দুটা তুলসী পাতত বগা চন্দন লগাই পাতকেইটা ঘহি ল’ব। যাত্রা শুভ। প্ৰেমত মাধ্যম।

তুলা : জাতক-জাতিকাসকলে শৰীৰকলৈ সাধানা থাকিব। কোনো পুৰণি সমস্যা নতুনকৈ দেখা দিব পাৰে, বিদ্যাৰ্থীসকলোৰ পঢ়া-শুনাৰ প্ৰতি অমনোযোগ দেখা দিব।

বৃশ্চিক:ব্যৱসায়ী সকলোৰ বাবে দিনটো শুভ নহয়। কর্মক্ষেত্ৰত সমস্যা থাকিলেও বাধাৰ মাজেৰে অগ্রগতি লাভ কৰিব। দাম্পত্যত শান্তি থাকিলেও স্বামী-স্ত্ৰীৰ স্বাস্থ্যকলৈ চিন্তা থাকিব।

ধনু: যান-বাহনৰ পৰা সাৱধান থাকিব। কর্মক্ষেত্ৰত বাধা। সন্তানৰ প্ৰতি নজৰ ৰাখিব। বিদ্যার্থীসকলে চিন্তা থাকিব।

মকৰ : শাৰীৰিক সমস্যাত ভুগিব পাৰে। আর্থিক উপাৰ্জনত সমস্যা থাকিলেও উন্নতি ফালে অব্যাহত থাকিব। বিজ্ঞান বিভাগীয় উচ্চ বিদ্যার্থীৰ বাবে কষ্ট কৰিব লাগিব।

কুম্ভ : বিদ্যাৰ্থীৰ সাফল্যৰ হোৱা থাকিলেও বন্ধু-বান্ধৱীৰ পৰা সতর্ক থাকিব ব্যৱসায়ত ভাল ৷ চাকৰিৰ ক্ষেত্ৰত বাধা।

মীন : শৰীৰ বৰ ভাল দেখা নাযায়। দিনটোত কামত ব্যস্ততা দেখা দিব প্ৰেমত ভাল। যান-বাহনৰ পৰা সাৱধান।

Exit mobile version