দিনটোৰ ৰাশিফল

95875e800f4f07def991204b49d41425 original

মেষ : যুক্তিসংগত কথৰা বাবে আপুনি কিছু কষ্ট অনুভৱ কৰিব। কোনো কথাৰ পৰিৱেশত অনাহক চিন্তিত হ’ব পাৰে। ঘৰুৱাত বাধা কয়। হঠাৎ ব্যস্ততা বৃদ্ধি। শুভ ৰং বগা, শুভ সংখ্যা-১।

বৃষ: কর্মস্থানত নিজৰ দায়িত্ব পালন কৰক। দার্শনিক চিন্তাই কিছু উদ্বুদ্ধ কৰিব। দাম্পত্যত শুভ ফল ব্যৱসায়ত টকা খটুৱালে লাভৰ কাৰকতা প্ৰেমত বাধা আঁতৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা-৩।

মিথুন: কর্মক্ষেত্ৰত সহকৰ্মীৰ মতামতক প্রাধান্য নিদিব। আর্থিক লেন-দেনত গুৰুজনৰ পৰামৰ্শ লোৱা বাঞ্ছনীয়। অভিনেতা-অভিনেত্ৰীসকলৰ কাৰ্যদক্ষতা হ্রাস পাব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা-৫।

কর্কট: নিবনুৱা ব্যক্তিসকলৰ কৰ্মপ্ৰাপ্তি যোগ। ভাবি থকা কামত বাধাৰ কাৰকতা। পতি-পত্নীৰ যৌথ প্রচেষ্টাসকল হোৱাৰ কাৰকতা। দেহভাৱ স্বাভাৱিক। শুভ ৰং কমলা, শুভ সংখ্যা-৭।

সিংহ : অভিনৱ পৰিকল্পনাৰ সুদক্ষ ৰূপায়ণ আৰু মান-সন্মান বৃদ্ধি। কৰ্ম আৰু ধর্মত সমভাবে আসক্ত হ’ব পাৰে। দাম্পত্য সম্পর্ক শুভ। ধনাভাব যথাযথ শুভ ৰং হালধীয়া, শুভ সংখ্যা-২।

কন্যা : কর্মত অগ্রিম পদোন্নতি। মনোবল বৃদ্ধি আৰু উদ্যোগ প্ৰতিষ্ঠাৰ চেষ্টা পুত্ৰ বা কন্যাৰ পৰা ক্ষয়-ক্ষতিৰ আশংকা। সম্ভাব্য স্থলত অপত্য লাভ। শুভ ৰং ক’লা, শুভ সংখ্যা-৪।

তুলা : প্রয়োজনীয় আৰু অপ্রয়োজনীয় কথাত মন গধূৰ হৈ থাকিব। কিন্তু সামগ্ৰিকভাৱে দিনটো অনুকূল প্ৰভাৱ থাকিব। বুদ্ধিৰো উন্নত ফল। শুভ ৰং নীলা, শুভ সংখ্যা-৭।

বৃশ্চিক : শৰীৰ ভালেই যাব। পাৰিবাৰিক ক্ষেত্ৰত সু-সংবাদ লাভৰ কাৰক কোনো বিষয়তে ভাৱপ্ৰৱণতা বা ৰুক্ষতা বৰ্জন কৰাই উচিত। ভ্ৰমণত মধ্যম। শুভ ৰং গুলপীয়া, শুভ সংখ্যা-৬

ধনু : উন্নত সংযোগ। ভ্ৰমণত সাধাৰণ ব্যাঘাত। আৰ্থিকত যিমান আশা কৰিব তাৰ কিয়দংশ হে মৃদু পূৰণৰ আশা। দিনৰ ১০ বজাৰ পৰা এঘন্টা সময় কার্যকৰী। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা-৮।

মকৰ : পাৰিপাৰ্শ্বিকৰ পৰা কিছু অশান্তি বা কর্মক্ষতি আদিৰ সম্ভাৱনা আছে। নিজৰ অজান্তে কোনো প্রগতিশীল কর্মত ক্ষতিগ্রস্ত হ’ব পাৰে। বিদ্যাত বেয়া নহ’ব। শুভ ৰং ক’লা, শুভ সংখ্যা-১।

কুম্ভ : মনটো ধীৰে ধীৰে ভালৰ পিনে আহিব। ব্যৱসায়ত চিন্তাৰ কাৰণ নাই কর্মস্থান শুভ বুলি ক’ব পাৰি অৰ্থভাগ্যৰ সুযোগ। দাম্পত্য জীৱন মধুৰ হ’ব। শুভ ৰং কমলা, শুভ সংখ্যা-৩।

মীন : অবাস্তব কথাৰ মাজত কষ্ট পাব। যোগাযোগত সুফল ক’ম পাব। শৰীৰ সম্পর্কে উদসতা। খৰচ-পাতি বৰ্জন কৰক। উপর্যুপৰি দায়িত্বৰ কাৰক প্ৰেমত শুভ সংযোগ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা-২

Exit mobile version