দিনটোৰ ৰাশিফল

SEI 96594073

মেষঃ কৰ্মক্ষেত্ৰত আৰ্থিক উন্নতিৰ কাৰণে নতুন যোগাযোগ । অংশীদাৰী ব্যৱসায়ত ব্যস্ততা বৃদ্ধি পাব । বিদ্যাত জটিলতা । প্ৰেমত শুভ, শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১ ।

বৃষঃ কৰ্মত স্থায়ী সিদ্ধান্ত ল’ব লাগিব । নিবনুৱাৰ কৰ্ম লাভৰ যুগ । ব্যৱসায়ত পৰিকল্পিত অগ্ৰসৰত কিছু বাধা । বিদ্যাত শুভ । শুভ ৰং ৰঙা, শুভ সংখ্যা ৮ ।

মিথুনঃ গৱেষণামূলক কাম-কাজত প্ৰতিভাৰ বিকাশ ঘটিব । সন্তানৰ কৰ্মতৎপৰতাই আপোনাক আনন্দিত কৰিব । নতুন প্ৰতিষ্ঠিত ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত দিনটো শুভ । প্ৰেমত আনন্দ । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬ ।

কৰ্কটঃ ভাই-ভনীৰ পৰা সমাদৰ পাব । দিনটোত ধন কষ্ট পাব পাৰে । প্ৰেমত সতৰ্ক হ‌ওক । পুৰণি ব্যাধিয়ে কিছু কষ্ট দিব । বিদ্যাত বাধা । শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৮ ।

সিংহঃ উচ্চপদস্থ কৰ্মচাৰীসকলৰ বাবে অনুকূল সময় । আৰ্থিক দিশত বৃদ্ধিৰ লগত সঞ্চয় বৃদ্ধি পাব । প্ৰতিযোগিতামূলক পৰীক্ষাত সুনাম বৃদ্ধিৰ যোগ । শুভ ৰং বগা, শুভ সংখ্যা ৫ ।

কন্যাঃ আয়বৃদ্ধিৰ যোগ । বিদ্যাৰ ক্ষেত্ৰত যশ বৃদ্ধিৰ কাৰক । মুৰ্গী ৰোগত স্নেহ কষ্ট পাব । প্ৰেমত মধ্যম । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭ ।

তুলাঃ চাকৰিত পদোন্নতিৰ সম্ভাৱনা । নতুন কোনো উদ্যোগ বা ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰে । প্ৰেমত প্ৰতাৰিত হ’ব । শুভ ৰং ৰঙা, শুভ সংখ্যা ৩ ।

বৃশ্চিকঃ কৰ্মস্থানত অধিক উন্নতিৰ আশা কৰিব পাৰে । আৰ্থিক উন্নতিত গুৰুস্থানীয় ব্যক্তিৰ সহায় পাব । চাকৰিয়ালৰ শুভ । প্ৰেমত বিবাহৰ যোগাযোগ । শুভ ৰং ৰঙা, শুভ সংখ্যা ৯ ।

ধনুঃ আৰ্থিকত বিশেষ অসুবিধা দেখা নাযায় । প্ৰাপ্য ধন আদায় কৰিব পাৰিব । কৰ্মতো সাফল্য আৰু মৰ্যাদা বৃদ্ধি পাব । প্ৰেমত উৎসাহ । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪ ।

মকৰঃ স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য দুঃচিন্তা কৰ্মক্ষেত্ৰত অধিক ব্যস্ততা বাঢ়িব । পাৰিবাৰিক দিশত অশান্তি । বিদ্যাত শুভ । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬ ।

কুম্ভঃ কৰ্মক্ষেত্ৰত কিছু অগ্ৰগতি তথা পদোন্নতি । ব্যৱসায়ত হঠাৎ লাভ বৃদ্ধিৰ কাৰকতা । আকস্মিক দুৰ্যোগ দুৰ্ঘটনাৰ দ্বাৰা অমংগল সূচিত হ’ব পাৰে । শুভ ৰং সোণালী, শুভ সংখ্যা ৭ ।

মীনঃ নতুন কৰ্মপ্ৰেৰণা পাব । যৌথ ব্যৱসায়ত আৰ্থিক লেনদেনৰ ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব । স্বামী-স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ’ব পাৰে । শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯ ।

Exit mobile version