কাৰ্বি আংলঙত নিৰ্বাচনী হিংসা

bjp symbol og

কাৰ্বি আংলঙত দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ অস্থায়ী কাৰ্যালয় ।

২২নং সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কাদম তেৰাঙপিৰ কাৰ্যালয় জ্বলাই দিয়ে কোনো দুৰ্বৃত্তই ।

বোকাজানৰ বালিপথাৰত সংঘটিত হৈছে ঘটনা ।

নিশা প্ৰায় ১.৩০ বজাত কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰে বালিপথাৰস্থিত কাৰ্যালয়টোত ।

ইতিমধ্যে ঘটনাস্থলীত স্থানীয় বিধায়ক নোমল মমিন উপস্থিত হৈ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে ।

২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰা হ’ব ।

Exit mobile version