HSLC Resultতৃতীয় স্থান দখলেৰে বিহপুৰীয়ালৈ গৌৰৱ কঢ়িয়ালে পাৰ্থপ্ৰতিমে

e8387a40 ae4a 49ac b3ed b6f4e72c9dfc

আজি ঘোষিত উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিহপুৰীয়াৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় লুমিনাছ একাডেমিৰ ছাত্ৰ পাৰ্থপ্ৰতিম দাসে (৫৯৫) তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ তেওঁ বিহপুৰীয়া লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা পৰীক্ষাত অবতীৰ্ণ হৈছিল ৷ তেওঁ বিহপুৰীয়া নগৰ নিবাসী ব্যৱসায়ী টিটু দাস আৰু বিহপুৰীয়া পৌৰ সভাৰ কৰ্মচাৰী স্মৃতি ৰেখা ভড়ালীৰ প্ৰথম সন্তান ৷ সম্প্ৰতি তেওঁ ৰাজস্থানৰ কোটাত ইঞ্জিনিয়াৰিঙৰ ক’চিং কৰি আছে ৷

Exit mobile version