দিনটোৰ ৰাশিফল

16520814124194

মেষঃ কৰ্মক্ষেত্ৰত জটিলতাৰ উদয় হ’ব পাৰে । কোনো কাৰণে মনতো গধুৰ হ’ব পাৰে । ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব । শৰীৰ বৰ উন্নত নাথাকিব । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১ ।

বৃষঃ ৰাজহুৱা কৰ‌মত থকা সকলে সহানুভূতি লাভৰ সংবাদ । শৰীৰ কিছু উন্নত । দুই-এটা কামত বাধাৰ কাৰকতা । দিনৰ দুই বজাৰ পৰা কিছু উন্নত । প্ৰেমত মিলন আনন্দ । শুভ ৰং হালধীয়া, শুভ সংখ্যা ২ ।

মিথুনঃ কৰ্মক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব । আৰ্থিকত ভালেই দেখা যায় । আয়ৰ ক্ষেত্ৰত অনুকূল । বিদ্যাত শুভাশুভ ফল । স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক ্ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪ ।

কৰ্কটঃ চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন । কৰ্মত নতুন পৰিকল্পনাত উপকৃত হ’ব । নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ । ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব । দাম্পত্যত শুভ । শুভ ৰং আকাশী নীলা, শুভ সংখ্যা আঠ ।

সিংহঃ ব্যৱসায়ত লাভৰ কাৰকতা । সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক । উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ বজায় থাকিব । ভ্ৰমণত কষ্ট পাব । শুভ ৰং নীলা, শুভ সংখ্যা ৫ ।

কন্যাঃ আৰ্থিক দিশত অৰ্থ প্ৰাপ্তিৰ সম্ভাৱনা । প্ৰযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানীৰ সাফল্য উল্লেখযোগ্য । বন্ধুভাৱ দুৰ্বল । পাৰিবাৰিক জীৱনত অশান্তিৰ সূচনা । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯ ।

তুলাঃ উপাৰ্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ । দেহভাৱ ভাল বুলি ক’ব পাৰি । হেৰুৱা সম্পদ পুনঃ প্ৰাপ্তি । অবাধ্য সন্তানৰ ওপৰত কঠোৰ হ’ব পাৰে । প্ৰেমত বাধা । শুভ ৰং বগা, শুভ সংখ্যা ৭ ।

বৃশ্চিকঃ পুৰণা মামলা মোকৰ্দমাৰ নিষ্পত্তি হ’ব পাৰে । বাধা-বিঘিনিৰ মাজেদি কৰ্মত সাফল্য । আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য । প্ৰেমত আবেগ । শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৩ ।

ধনুঃ পৈত্ৰিক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব । অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্তি আৰু প্ৰয়োজনীয় ধনাগম । গৱেষকসকলৰ সাফল্য লাভ । ভ্ৰমণ কৰিব পাৰে । শুভ ৰং ৰঙা, শুভ সংখ্যা ১১ ।

মকৰঃ বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ । নতুন নিযুক্তিৰ বাবে দূৰ যত্ৰা । শিল্পীসকলৰ প্ৰাপ্য সন্মান লাভে আনন্দৰ কাৰকতা । পত্নীৰ লগত মতবিৰোধ । শুভ ৰং গেৰুৱা , শুভ সংখ্যা ১ ।

কুম্ভঃ গুৰুজন ব্যক্তিক অৱজ্ঞা নকৰিব । সম্পত্তি ক্ৰয়োযোগ আৰ্থিক দিশত অসুবিধা পাব পাৰে । ফুৰা-চকাত সতৰ্ক হ’ব । চিকিৎসকসকলৰ দায়িত্ব বৃদ্ধি পাব । শুভ ৰং কমলা, শুভ সংখ্যা ২ ।

মীনঃ অপ্ৰত্যাশিতভাৱে ধন লাভৰ যোগ আছে । কৰ্মসূত্ৰত ভ্ৰমণ যোগ । বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগ । নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব । শুভ ৰং বগা, শুভ সংখ্যা ৬ ।

Exit mobile version