কাইলৈ বন্ধ থাকিব কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়, মহাবিদ্যালয় তথা শিক্ষানুষ্ঠান

Screenshot 380

কাইলৈ কামৰূপ মহানগৰ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয়, মহাবিদ্যালয় তথা শিক্ষানুষ্ঠান (চৰকাৰী আৰু ব্যক্তিগত) কাইলৈ বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই । অৱশ্যে ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ চলি থাকিব পাৰিব ।

ADVERTISEMENT
Exit mobile version