মেষঃ শৰীৰ ভালেৰে নাযাব পাৰে । আপুনি পুৱা গধূলি শিৱ মন্ত্ৰ জপ কৰিব । কৰ্মক্ষেত্ৰত বাধা নাই । শুভ ৰং পাতল নীলা ।
বৃষঃ গুৰুত্বপূৰ্ণ কাম হাতত ভাবি চিন্তি ল’ব । বিদ্যাৰ্থীৰ শুভ দিন । শুভ ৰং কমলা । ঘৰুৱা শুভ ।
মিথুনঃ সন্ধিয়া মন্দিৰত যাব আৰু ৰঙা ফুলেৰে পূজা কৰিব । পশ্চিম দিশত যত্ৰা কৰোতে সাৱধান হ’ব । শুভ ৰং ৰঙা । বিদ্যাত শুভ ।
কৰ্কটঃ মেৰুন ৰং ব্যৱহাৰ কৰিব । কৰ্মব্যস্ততা বাঢ়িব । ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা । শুভ কৰ্ম কৰিব পাৰে ।
সিংহঃ আনন্দ প্ৰাপ্তিৰ যোগ । দিনত নিৰামিষ আহাৰ গ্ৰহণ কৰিব । যোগাযোগত বেয়া নহয় । বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰি সন্ধিয়া মন্দিৰত চাকি জ্বলাব ।
কন্যাঃ গুলপীয়া ৰঙৰ ব্যৱহাৰে আপোনাৰ যাত্ৰা শুভ কৰিব । সন্ধিয়া মন্দিৰত যাব হালধীয়া ৰঙৰ ফুলেৰে পূজা কৰিব ।
তুলাঃ পৰাপক্ষত দিনটোত যাত্ৰা নকৰাই ভাল । হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব । আকস্মিক অৰ্থ প্ৰাপ্তিৰ যোগ ।
বৃশ্চিকঃ শৰীৰৰ প্ৰতি যত্ন লওক । বগা ৰুমাল ব্যৱহাৰ কৰিব । বাণিজ্যিক দিশত উন্নত দিন । যাত্ৰাৰ বাবে দিনটো শুভ ।
ধনুঃ দুপৰীয়া ১২ বজাৰ পাছত যাত্ৰা নকৰাই ভাল । নীলা ৰং শুভ বিদ্যাত জটিলতা হ’ব পাৰে ।
মকৰঃ অত্য শুভ কথাটো সন্তোষ কম পাব । পুৱাৰ ভাগত যাত্ৰা কৰিলে ক’লা ৰং ব্যৱহাৰ নকৰিব । আবেলি তিনি বজাৰ পাছত যাত্ৰা নকৰিব ।
কুম্ভঃ কৰ্মক্ষেত্ৰত বাধা নাই । আজি আপুনি ভ্ৰমণ কৰিলে বিষ্ণু মন্দিৰত পূজা কৰি সোঁ হাতত সূতা বান্ধি ল’ব । ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব ।
মীনঃ দৰকাৰী কামত অৱহেলা নকৰিব । শুভ ৰং পাতল গোলপীয়া । সন্ধিয়া তুলসীৰ তলত চাকি জ্বলাব । বিদ্যাৰ্থীসকল কষ্ট কৰিব লাগিব ।