দিনটোৰ ৰাশিফল

astrology january 2022 horoscope 1 copy

মেষঃ আৰ্থিকত বাধা দেখা নাযায় । কৰ্মত আপোনাৰ দৃঢ়তা বৃদ্ধি পাব । শৰীৰ মধ্যম । ব্যৱসায়ত আগবেলা অলপ বাধা দেখিব ।

বৃষঃ দিনটো উৎসাহজনক নহ’ব পাৰে । পৰিৱেশৰ লগত মনৰ মিল কম হ’ব । স্থায়ী কোনো কামৰ বাবে কৰা চেষ্টাত শুভ ফল পাব ।

মিথুনঃ কৰ্মক্ষেত্ৰত বাধা থাকিব । বিশেষ জটিলতা নাই । পঢ়াত মন বহুৱাওক । প্ৰেমত নতুন সংযোগ । প্ৰেমত শুভ ।

কৰ্কটঃ অনুকূল দিন । যোগাযোগত প্ৰা‌য় ভালেই । নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা । ঘৰুৱাতো সিমান জটিলতা নাথাকিব ।

সিংহঃ কোনো কৰ্মৰ লগত কৌশলগত সংযোগ ৰাখি কৃতকাৰ্য হ’ব‌ । মনৰ অৱস্থা ভালেই থাকিব । বিদ্যাত মধ্যম । প্ৰেমত অশুভ ।

কন্যাঃ মধ্যম দিন । শৰীৰো এক ৰকম । বিদ্যাত খেলিমেলিৰ মাজেৰে অগ্ৰগতি । দাম্পত্যত চিন্তা থাকিব ।

তুলাঃ আৰ্থিক উন্নতিৰ চেষ্টাত অনুকূল । প্ৰাপ্য মান সন্মান লাভৰ সংবাদ । জটিল সিদ্ধান্তত উপনীত হ’ব পাৰে । বিদ্যাত শুভ ।

বৃশ্চিকঃ অস্থিৰতা লাহে লাহে হ্ৰাস পাব । কিছু পৰিৱৰ্তনীয় কামৰ অগ্ৰসৰতা । শৰীৰ ভালেই যাব পঢ়াত বাধা ।

ধনুঃ খৰচ বৃদ্ধি পাব । ঘৰুৱা দিশতো সমস্যা বৃদ্ধি পাব । ভ্ৰমণত সতৰ্ক থাকিব । মূৰৰ বিষ হ’ব পাৰে ।

মকৰঃ দিনটো আপোনাৰ প্ৰায় ফৰকাল বুলিব পাৰে । কৰ্মক্ষেত্ৰত জটিলতা নাথাকিব । শৰীৰ মধ্যম । বিয়াৰ যোগাযোগত শুভ ।

কুম্ভঃ কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত চিন্তা থাকিব । আবেগ প্ৰৱণতাৰ দ্বাৰা নচলিব । ভ্ৰমণত লাভজনক ফল । বিদ্যাত শুভ ।

মীনঃ কৰ্মত নিৰাশ নহ’ব । চেষ্টাত অটল থাকক । বিদ্যাত শুভ । আৰ্থিকত দুশ্চিন্তা কম । নিবনুৱাৰ কৰ্মলাভৰ যোগ ।

Exit mobile version