Mukesh Ambani Resigns : ৰিলায়েন্স জিঅ’ৰ সঞ্চালক পদৰ পৰা পদত্যাগ মুকেশ অম্বানিৰ, প্ৰধান আকাশ

Screenshot 388

দেশৰ সৰ্ববৃহৎ টেলিকম কোম্পানি ৰিলায়েন্স জিঅ’ৰ সঞ্চালক পদৰ পৰা পদত্যাগ দিলে মুকেশ অম্বানিয়ে । নতুন প্ৰধান হ’ল অকাশ অম্বানি ।

সংস্থাই জনাইছে, প্ৰধানৰ পদত কোম্পানিয়ে এজন নন-এগজিকিউটিভ ডিৰেক্টৰ নিয়োগৰ সিদ্ধান্ত লৈছে । আকাশ অম্বানি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ প্ৰধান মুকেশ আম্বানিৰ পুত্ৰ ।

আকাশ অম্বানিয়ে ২০১৪ত ৰিলায়েন্স জিঅ’ৰ বোর্ডত যোগ দিয়ে । ৰিলায়েন্স জিঅ’ৰ ডিৰেক্টৰ পদৰ পৰা পদত্যাগ দিছে মুকেশ অম্বানিয়ে ।

Exit mobile version