দিনটোৰ ৰাশিফল

FINANCE 1648459790228 1649244896606

মেষঃ ঘৰুৱা পৰিৱেশ অনুকূল । কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব । শৰীৰ বেয়া নাযাব । প্ৰেমত শুভ । শুভ ৰং নীলা, শুভ সংখ্যা ৯ ।

বৃষঃ দিনৰ ১২ বজাৰ পাছত কিছু ফৰকাল অনুভৱ কৰিব । ব্যৱসায়ত মধ্যম । দাম্পত্যত মতানৈক্যৰ সৃষ্টি । বিদ্যাত শুভ । শুভ ৰং হালধীয়া, শুভ সংখ্যা ১ ।

মিথুনঃ কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি ৰাখিব । আৰ্থিক বেয়া নহ’ব । প্ৰেম-প্ৰীতিত আন্তৰিকতা । শুভ ৰং বগা, শুভ সংখ্যা ২ ।

কৰ্কটঃ ব্যৱসায়ত মধ্যম । শাৰীৰিক দিশত দুৰ্বলতা থাকিব । সন্তানৰ শুভ । প্ৰেমত অস্থিৰতা থাকিব । দাম্পত্যত মধ্যম । শুভ ৰং ৰঙা, শুভ সংখ্যা ৭ ।

সিংহঃ পুৱাৰ ভাগত মনটো উদ্বেগ দেখা যায় । ভ্ৰমণ কৰিব পাৰে । পৰাপক্ষত স্পষ্টবাদী হ’বলৈ চেষ্টা কৰক । প্ৰেমত শুভ । শুভ ৰং নীলা, শুভ সংখ্যা ১ ।

কন্যাঃ একাধিক কথাত মন বিক্ষিপ্ত থাকিব । কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব পাৰিব । প্ৰেমত বাধা । ঘৰুৱাত শুভ । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫ ।

তুলাঃ দিনটো বৰ উন্নত হ’ব পাৰে । কোনো কাৰণত মনটো বেয়া হ’ব পাৰে । আগন্তুকৰ বাবে চিন্তা নকৰাই ভাল । দাম্পত্যত শুভ । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮ ।

বৃশ্চিকঃ আৰ্থিক বাধা নাপাব । শাৰীৰিক দিশত জ্বৰ, কাঁহ, পেটৰ বিষত ভুগিব পাৰে । ব্যৱসায়ত শুভ ফল পাব । বিদ্যাত যত্ন লোৱাটো আৱশ্যক । শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৬ ।

ধনুঃ ধন হাতলৈ আহিলেও পৰ্যাপ্ত নহ’ব । কৰ্মক্ষেত্ৰত শুভ ফল পাব । শৰীৰ আৰু পৰিৱেশ কিন্তু প্ৰতিকূল থাকিব । শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৭ ।

মকৰঃ শৰীৰ প্ৰায় অনুকূল । বিদ্যাত যত্নবান হ‌ওক । অযথা সময় নষ্ট নকৰাই ভাল । আৰ্থিকত শুভ ফল পাব । ব্যৱসায়ত মধ্যম উন্নতি । শুভ ৰং ৰঙা, শুভ সংখ্যা ৬ ।

কুম্ভঃ কৰ্মক্ষেত্ৰতো সৰু-সুৰা বাধা আহিব পাৰে । দিনটোত আৰ্থিক সমস্যা থাকিব । বিদ্যাত যত্ন লোৱাটো আৱশ্যক । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮ ।

মীনঃ আৰ্থিক দিশত বেছি বাধা নাপাব । দৈনিক দিশত বেছি বিষ-বেদনা থাকিব । প্ৰেম প্ৰণয়নত সাৱধান । শুভ ৰং নীলা, শুভ সংখ্যা ২ ।

Exit mobile version