দিনটোৰ ৰাশিফল

95875e800f4f07def991204b49d41425 original

মেষঃ কৰ্ম আৰু ইচ্ছা শক্তি বৃদ্ধি পাব । কৰ্মক্ষেত্ৰত কৰ্মযুক্ত দেখা যায়, বিদ্যাত শুভ । শত্ৰু বৃদ্ধি পাব । নীলা শুভ ৰং । শুভ সংখ্যা ৪ ।

বৃষঃ বিদ্যাত সুফল পাব, ব্যৱসায়ীসকলে নতুন নতুন সুযোগ পাব পাৰে, কৰ্মক্ষেত্ৰত কোনো প্ৰসংগত অসুবিধাৰ সন্মুখীন হ’ব । বগা ৰং শুভ, শুভ সংখ্যা ৪ ।

মিথুনঃ দুই এটা সম্ভাব্য যোগাযোগৰ দ্বাৰা আনন্দিত হ’ব, পাৰিবাৰিক সমস্যা থাকিব । শৰীৰৰ প্ৰতি যত্ন ল‌ওক । শুভ ৰং মেৰুন, শুভ সংখ্যা ৮ ।

কৰ্কটঃ আত্মীয়ৰ পৰা শুভ সংবাদ পাব, কৰ্মস্থানত কোনো প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্যত উপকৃত হ’ব পাৰিব । আৰ্থিকত শুভ । কমলা শুভ ৰং, শুভ সংখ্যা ৭ ।

সিংহঃ কোনো শুভ সংবাদ পাব পাৰে, পাৰিবাৰিক শুভ কিন্তু পৰিৱেশ অনুকূল থাকিব । আৰ্থিক দিশত শুভ, শুভ ৰং ৰঙা । শুভ সংখ্যা ৯ ।

কন্যাঃ কৰ্মসূত্ৰে দূৰ ভ্ৰমণ কৰিব পাৰিব, বঞ্চিত কৰ্মৰ উন্নতিৰ যুগ আছে প্ৰেমত শুভ, হালধীয়া ৰং ব্যৱহাৰ কৰিব । শুভ সংখ্যা ২ ।

তুলাঃ শৰীৰ কিছু উন্নত হ’ব, যোগ্য ব্যক্তিৰ মান-সন্মান বাঢ়িব । ৰাজনৈতিক লগত জড়িত ব্যক্তিৰ ব্যস্ততা বাঢ়িব । কৰ্মক্ষেত্ৰত উন্নতি হ’ব, শুভ ৰং গেৰুৱা । শুভ সংখ্যা ৫ ।

বৃশ্চিকঃ ব্যৱসায়ত মধ্যম । বিদ্যাৰ্থীসকল সতৰ্ক থাকক, পাৰিবাৰিক অশান্তি হ’ব পাৰে । প্ৰেম আৰু দাম্পত্য শুভ, ৰং গুলপীয়া । শুভ সংখ্যা ৪ ।

ধনুঃ ব্যৱসায়িক ক্ষেত্ৰত নিজৰ দক্ষতা বজাই ৰাখক । দূৰ সম্পৰ্কীয় আত্মীয়ৰ পৰা কষ্ট পাব পাৰে । শত্ৰুক প্ৰক্ৰিয়া নিদিব, শুভ ৰং সেউজীয়া । শুভ সংখ্যা ৩ ।

মকৰঃ কৰ্মক্ষেত্ৰত মধ্যম যদিও দুই বজাৰ পাছত ভাল দেখা যায় । মনৰ শান্তি অটুট ৰাখক, বন্ধুবৰ্গৰ পৰা দূৰত থাকক । শুভ ৰং নীলা, শুভ সংখ্যা ২ ।

কুম্ভঃ বুদ্ধিজীৱী আৰু পৰিৱেশ প্ৰেমীৰ বাবে অনুকূল সময়, শুভ ৰং মাটিয়া । শুভ সংখ্যা ৫ ।

মীনঃ দিনটোত আশা কৰা ধৰণে আগমন হ’ব, অযথা চিন্তাই ক্ষতি কৰিব । সন্তানৰ বাবে শুভ, গেৰুৱা ৰং ব্যৱহাৰ কৰক । শুভ সংখ্যা ৮ ।

Exit mobile version