দিনটোৰ ৰাশিফল

95875e800f4f07def991204b49d41425 original

মেষঃ সকলো দিশতে উদাৰতা আৰু সংযম ৰক্ষা পৰিব, আনৰ প্ৰতি নিষ্ঠা থাকিব, পানীৰ পৰা সাৱধান হ‌ওক ভ্ৰমণত শুভ । হনুমানক পূজা কৰক, শুভ ৰং কমলা । শুভ সংখ্যা ২ ।

বৃষঃ চৰকাৰী চাকৰিয়ালসকলৰ পদোন্নতিৰ যুগ, পুৰণি বেমাৰে অলপ কষ্ট দিব পাৰে, আনৰ ওপৰত বিশ্বাস নকৰি, ধৈৰ্য আৰু সাহস বজাই ৰাখক, শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৪ ।

মিথুনঃ অযথা খৰচ নকৰিব, কৰ্মত মধ্যম, ঘৰত আলহীৰ আগমন, ক্ষোভ আৰু হতাশা মনলৈ অযথা অশান্তি হ’ব পাৰে । তুলসী গুৰিত পানী দিয়ক । শুভ ৰং নীলা, শুভ সংখ্যা ৫ ।

কৰ্কটঃ কৰ্মক্ষেত্ৰত নিজৰ দায়িত্বৰ ওপৰত সতৰ্ক থাকক, শৰীৰৰ প্ৰতি যত্ন ল‌ওক, ভ্ৰমণত শুভ, শুভ ৰং হালধীয়া । শুভ সংখ্যা ৯ ।

সিংহঃ কৰ্ম উন্নতি যুগ, আৰ্থিক লোকচানৰ সন্মুখীন হ’ব পাৰে । বিদ্যাৰ্থীসকলৰ শুভ, হালধীয়া ৰং ব্যৱহাৰ কৰিব । শুভ সংখ্যা ৩ ।

কন্যাঃ দুসাহসী কাম কৰিব সম্পন্ন হ’ব, হঠাৎ কোনো ব্যক্তিৰ লগত মতান্তৰ হ’ব পাৰে, ভ্ৰমণৰ আৰ্থিক ক্ষতি হোৱাৰ সম্ভাৱনা আছে । গোলপীয়া ৰং শুভ, শুভ সংখ্যা ৭ ।ড়

তুলাঃ কৰ্মত মধ্যম, নতুন যান-বাহন ক্ৰয় কৰিব পাৰিব, দাম্পত্যত অশান্তি হ’ব পাৰে, নীলা ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ৫ ।

বৃশ্চিকঃ বেলেগৰ কথাৰ ওপৰত নিৰ্ভৰ নকৰিব, কৰ্মসূত্ৰে দূৰ স্থানলৈ ভ্ৰমণ কৰিব পাৰিব বিদ্যাত ভাল, দাম্পত্যত শুভ, বেঙুনীয়া ৰং শুভ । শুভ সংখ্যা ২ ।

ধনুঃ কৰ্মস্থানত আনৰ পৰা প্ৰেৰণা পাব, শত্ৰুৰ ষড়যন্ত্ৰৰ ব্যৰ্থ হ’ব । আৰ্থিক উন্নতি, যানবাহনৰ সাৱধান হ‌ওক, শুভ ৰং বগা, শুভ সংখ্যা ৮ ।

মকৰঃ নতুন যোগাযোগৰ পৰা উৎসাহিত হ’ব, দৰিদ্ৰ লোকক সহায় কৰক, যানবাহন লাভৰ যোগ, শুভ ৰং নীলা, শুভ সংখ্যা ৪ ।

কুম্ভঃ দক্ষ ব্যক্তিৰ উপস্থিতিয়ে অধিক উৎসাহিত কৰিব, ভ্ৰমণত বাধা, বন্ধুবৰ্গৰ পৰা অনুপ্ৰেৰণা পাব, ব্যৱসায়ত মধ্যম, কমলা ৰং শুভ, শুভ সংখ্যা ৩ ।

মীনঃ কৰ্মক্ষেত্ৰত কিছু ‌বাধাৰ সন্মুখীন হ’ব পাৰে । আৰ্থিক উন্নতিৰ যুগ, প্ৰেমত শুভ, বিদ্যাত মধ্যম, শুভ ৰং বাদামী, শুভ সংখ্যা ৫ ।

Exit mobile version