দিনটোৰ ৰাশিফল

95875e800f4f07def991204b49d41425 original

মেষঃ কৰ্ম আৰু ইচ্ছা শক্তি বৃদ্ধি পাব, ভ্ৰমণত শুভ, নিবনুৱা কৰ্ম সংস্থাপন পোৱাৰ সম্ভাৱনা আছে । দাম্পত্য শুভ, বিদ্যাত কিছু খেলি-মেলি । শুভ ৰং বগা । শুভ সংখ্যা ৫ ।

বৃষঃ ব্যৱসায়ীসকলে আশা কৰা মতে, লাভবান হ’ব । শত্ৰু পৰা দূৰত থাকক, ব্যয় বৃদ্ধি, দাম্পত্যত মধ্যম, বিদ্যাত শুভ । ভ্ৰমণৰ যুগ, শুভ ৰং ৰঙা, শুভ সংখ্যা ৪ ।

মিথুনঃ শৰীৰৰ প্ৰতি যত্ন ল‌ওক । নিজৰ কৰ্ম দক্ষতাৰ ওপৰত পদোন্নতিৰ যুগ, ভ্ৰমণত মধ্যম । পৰিয়ালৰ পৰা উৎসাহিত হ’ব, শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩ ।

কৰ্কটঃ কোনো আত্মীয়ৰ পৰা সু-সংবাদ পাব পাৰে, প্ৰভাৱশালী ব্যক্তিৰ সংগ‌ই উৎসাহিত কৰিব । আৰ্থিক সংকটৰ সন্মুখীন হ’ব পাৰে । শুভ কমলা ৰং, ব্যৱহাৰ কৰক । শুভ সংখ্যা ৫ ।

সিংহঃ আৰ্থিকত নতুন সুযোগৰ আশা, বন্ধুৰ পৰা উৎসাহিত হ’ব, পুৰণা ৰোগৰ পৰা মুক্ত হ’ব । কৰ্মত শুভ, ৰঙা ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ২ ।

কন্যাঃ দূৰ ভ্ৰমণ কৰিব পাৰিব, কৰ্মস্থানত ব্যস্ততা বাঢ়িব, শত্ৰুৰ পৰা সাৱধান হ‌ওক। ঘৰুৱা শুভ, বিদ্যাত মধ্যম । শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ৪ ।

তুলাঃ যোগ্য ব্যক্তিৰ মান-সন্মান বৃদ্ধি । ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, কৰ্মস্থানত কিছু খেলিমেলি হ’ব পাৰে, আৰ্থিকত মধ্যম, শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩ ।

বৃশ্চিকঃ কৰ্মস্থানত ভাল, পাৰিবাৰিক সমস্যাৰ সন্মুখীন হ’ব পাৰে । আৰ্থিক ব্যয় । মনত কোনো দুশ্চিন্তা নাৰাখিব । মুগা ৰং শুভ । শুভ সংখ্যা ৮ ।

ধনুঃ সৎ আৰু জ্ঞানী লোকৰ সান্নিধ্য‌ই অধিক উৎসাহিত কৰিব, কৰ্মক্ষেত্ৰত শুভ, মামলা-মোকৰ্দমাত জয়লাভ, খং কমিব, শুভ ৰং বগা, শুভ সংখ্যা ৪ ।

মকৰঃ উন আগমন হ’ব, শত্ৰুৰ পৰা ভয়, খাদ্যৰ পৰা সাৱধান হ‌ওক, কৰ্মত মধ্যম, প্ৰেমত শুভ, শুভ ৰং বগা, শুভ সংখ্যা ১ ।

কুম্ভঃ আপোনাৰ সৰলতা আনে আঘাত কৰিব পাৰে, খং ক্ষোভ দমন কৰক, কৰ্মস্থানত কিছু জটিলতাৰ সন্মুখীন হ’ব পাৰে । সেউজীয়া ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ৭ ।

মীনঃ গুৰুত্বপূৰ্ণ কাম থাকিলে পুৱাৰ ভাগত সম্পন্ন কৰক, ভ্ৰমণ কৰোতে সাৱধান, মাটি-সম্পত্তি ক্ৰয় কৰিব পাৰিব, বিদ্যাত শুভ, শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫ ।

Exit mobile version