দিনটোৰ ৰাশিফল

95875e800f4f07def991204b49d41425 original

মেষঃ কৰ্মস্থানত মধ্যম, বিদ্যাত শুভ, দূৰ ভ্ৰমণৰ যোগ আছেদাম্পত্যত শুভ, ঘৰ-বাৰী পৰিকল্পনাত উপকৃত হ’ব । শুভ ৰং বগা, শুভ সংখ্যা ২ ।

বৃষঃ কোনো সংবাদে মানসিক অশান্তি বৃদ্ধি কৰিব পাৰে, শিৱ মন্দিৰত দৰ্শন কৰক । পিছবেলা ভ্ৰমণ নকৰিব, কমলা ৰং শুভ, শুভ সংখ্যা ৫ ।

মিথুনঃ কৰ্ম ব্যস্ততা বাঢ়িব, আৰ্থিক সম্পত্তি লাভ কৰিব, দাম্পত্যত মধ্যম, যানবাহনৰ পৰা সতৰ্ক হ‌ওক, নীলা ৰং শুভ, শুভ সংখ্যা ৩ ।

কৰ্কটঃ কৰ্মস্থানত কিছু জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে, ধনাগম বৃদ্ধি, আকোৰগোজ মনোভাবে ক্ষতি কৰিব, ভ্ৰমণত শুভ, নীলা ৰং শুভ । শুভ সংখ্যা ১ ।

সিংহঃ আৰ্থিকত মধ্যম, কৰ্মস্থানত আশা কৰা মতে সফল হ’ব, ব্যক্তিৰ দৰ্শনে অনুপ্ৰেৰণা, স্বাস্থ্য মধ্যম, বগা ৰং শুভ, শুভ সংখ্যা ৫ ।

কন্যাঃ দুসংবাদৰ যোগাযোগ আনন্দ দিব । কৰ্মক্ষেত্ৰত দায়িত্বৰ সম্পৰ্কে সচেতন থাকক, ক’লা গৰুক ৰুটি খোৱাব, শুভ ৰং নীলা, শুভ সংখ্যা ৮ ।

তুলাঃ কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব, শৰীৰ পুৰণি ৰোগৰ পৰা মুক্ত হ’ব, ৰঙা শুভ ৰং, শুভ সংখ্যা ৪ ।

বৃশ্চিকঃ অত্যাধিক পৰিশ্ৰম হ’ব পাৰে । কৰ্ম আৰু দাম্পত্য শুভ, দূৰ ভ্ৰমণ কৰিব পাৰিব, স্বাস্থ্যৰ উন্নতি, গণেশক পূজা কৰিব, হালধীয়া ৰং শুভ, শুভ সংখ্যা ৩ ।

ধনুঃ কৰ্মক্ষেত্ৰত মধ্যম, খৰচৰ মাত্ৰা বাঢ়িব, দুঃচিন্তাই মনৰ অস্থিৰতা বাঢ়িব, শৰীৰৰ প্ৰতি যত্ন ল‌ওক, আনৰ কথাত গুৰুত্ব নিদিব । আকাশী শুভ ৰং, শুভ সংখ্যা ৪ ।

মকৰঃ ব্যৱসায়-বাণিজ্য অধিক লাভৱান হ’ব, বিদ্যাৰ্থী শুভ, কৰ্মস্থানত ব্যস্ততা বাঢ়িব । গোপন শত্ৰু বাঢ়িব । বেঙুনীয়া শুভ ৰং, শুভ সংখ্যা ৬ ।

কুম্ভঃ হঠাৎ অৰ্থলাভ হ’ব পাৰে, জটিল সমস্যাৰ পৰা মুক্ত হ’ব, মানসিক সন্তুষ্টি লাভ কৰিব । সন্মান বৃদ্ধি পাব, কমলা ৰং শুভ, শুভ সংখ্যা ১ ।

মীনঃ ব্যৱসায়ত শুভ । পদোন্নতিৰ যোগ, পাৰিবাৰিক শান্তি, বিদ্যাত মধ্যম, বন্ধুৰ পৰা আনন্দ লাভ, ৰঙা শুভ ৰং, শুভ সংখ্যা ৫ ।

Exit mobile version